ৰহা সৰাগাঁও নিবাসী,লেখক,প্ৰবন্ধকাৰ,শিক্ষক লক্ষী প্ৰসাদ ডেকাক ৰূপান্তৰৰ প্ৰবন্ধৰত্ন বঁটা ১১ ফেব্ৰুৱাৰীত নগাঁও ত প্ৰদান কৰা হব।

      লক্ষী প্ৰসাদ ডেকা ক অহা ১১ ফেব্ৰুৱাৰীত নগাঁও সাহিত্য সভা ভবনত ৰূপান্তৰৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানত আনুষ্ঠানিক ভাবে প্ৰবন্ধৰত্ন বঁটা প্ৰদান কৰা হব।

   উল্লেখযোগ্য যে লক্ষী প্ৰসাদ ডেকাই ইয়াৰ আগতেও শব্দশিল্প সহ কেইবাটাও বঁটা লৈ ৰহা লৈ গৌৰব কঢিয়াই আনিছে।