সমগ্ৰ ভাৰতবৰ্ষই ৭৫ বছৰীয়া স্বাধীনতা দিৱস পালন কৰি থকাৰ সময়তে এইবাৰ ১৫ আগষ্টত উৰিব এখন ৭৫ বছৰীয়া জাতীয় পতাকা।
স্বাধীনতাৰ পাছত ডিমৌৰ আকাশত উৰা প্ৰথম খন জাতীয় পতাকা আজি আমি দেখুৱাম।
এতিয়াও অসম চৰকাৰৰ উপেক্ষিত স্বাধীনতা সমগ্ৰামীৰ পৰিয়াল।