প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোডীৰ বলিষ্ঠ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিয়ে দেশৰ বিকাশ আৰু প্ৰগতিৰ নতুন দিশলৈ দেশ ধাৱমান হৈছে।সৰ্বসাধাৰণৰ কল্যানৰ কাৰণে গ্ৰহন কৰা বিভিন্নআঁচনি সমুহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে আৰম্ভ কৰা বিকশিত ভাৰত সংকল্প যাত্ৰা টেঙাখাট উন্নয়ণ খণ্ডৰ অন্তৰ্গত টেঙাখাত গাঁও পঞ্চায়ত আৰু ন-খঙীয়া হাতীবন্ধা গাঁও পঞ্চায়তত আয়োজন কৰা কাৰ্যসূচীত অংশ গ্ৰহন কৰি বিভিন্ন আঁচনিৰ হিতাধিকাৰী সকলৰ সৈতে বাৰ্তালাপ কৰি এই আঁচনি সমূহৰ পৰা উপকৃত হোৱা বুলি অৱগত কৰাত বিধায়ক গোৱালা আনন্দিত হয়।প্ৰধানমন্ত্ৰীৰ।সৱল পদক্ষেপে বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীৰ জৰিয়তে বহুলোক উপকৃত হৈছে। এই অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ সদস্যসকল।আৰু হিতাধিকাৰী সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
DANTHA/દાંતા વિધાન સભા ૧૦ માં ક્રોગ્રેસ ઉમેદવાર કાન્તીભાઈ ખરાડી એ નોધાવી ઉમેદવારી..
DANTHA/દાંતા વિધાન સભા ૧૦ માં ક્રોગ્રેસ ઉમેદવાર કાન્તીભાઈ ખરાડી એ નોધાવી ઉમેદવારી..
જિલ્લા પંચાયત ખાતેથી પ્રમુખે અમૃત કળશ યાત્રાને પ્રસ્થાન કરાવ્યું ,૨૮ યુવાનો માટીના કળશ સાથે દિલ્હી જવા રવાના થયા
(રાહુલ પ્રજાપતિ):
સાબરકાંઠા જિલ્લા પંચાયત હિંમતનગર ખાતેથી શુક્રવારે મેરી મીટ્ટી, મેરા દેશ અંતર્ગત...
AOC-in-C DK Patnaik Eastern Air Command inspects Tezpur Air Base flew a sortie SU-30 fighter Aircraft from Tezpur
Air Officer Commanding in Chief AOC-in-C Eastern Command Air Marshal D K Patnaik, today flew a...
RE Scram 411 VS Triumph Speed 400: दोनों में किसको खरीदना रहेगा फायदे का सौदा?
रॉयल एनफील्ड स्क्रैम 411 का वर्तमान में बेस प्राइस 2.03 लाख रुपये है जो पेंट स्कीम के आधार पर...
CYST / रसौली : Types, Causes & Symptoms - by Dr. Lavleen Kaur Sodhi
CYST / रसौली : Types, Causes & Symptoms - by Dr. Lavleen Kaur Sodhi