সোমবাৰে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত মৰাণ নগৰ মণ্ডলৰ ২৫নং বুথত প্ৰাক্তন প্ৰধান মন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ জন্ম জয়ন্তী উপলক্ষে সুশাসন দিৱস পালন কৰা হয়। এই কাৰ্য্যসূচীত উপস্থিত থাকি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন উপস্থিত থাকি অটল বিহাৰী বাজপেয়ীৰ।প্ৰতিচ্ছৱিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰি শ্ৰদ্ধাঞ্জলী জনায়। এই কাৰ্য্যসূচীত মন্ত্ৰীজনৰ লগতে মৰাণ পৌৰসভাৰ পৌৰপতিআৰু উপ পৌৰপতি ক্ৰমান্বয়ে অৰূপ দত্ত আৰু উদয়শঙ্কৰ গগৈৰ লগতে জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য কুশল দত্তকে ধৰি দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Kia India का अर्धसैनिक और केंद्रीय पुलिस फोर्स को तोहफा! अब कम दाम में खरीद सकेंगे Seltos और Sonet जैसी गाड़ियां
किआ सेल्टोस सोनेट और कैरेंस KPKB के तहत 119 मास्टर कैंटीन और 1900 से अधिक सहायक कैंटीन में उपलब्ध...
মঙ্গলদৈ সনাতন ধৰ্মসভাৰ উদ্যোগত ৪৩ সংখ্যক শ্ৰীশ্ৰী কৃষ্ণ ৰাসোৎসৱ আয়োজন
মঙ্গলদৈ ৭ নবেম্বৰ:: মঙ্গলদৈ সনাতন ধৰ্মসভাৰ উদ্যোগত ৪৩ সংখ্যক শ্ৰীশ্ৰী কৃষ্ণ ৰাসোৎসৱ উদ্...
बदलता मौसम लोगों को कर रहा बीमार, सांगोद अस्पताल में बढऩे लगी मरीजों की संख्या
सांगोद, कोटा कभी गर्मी-उमस तो कभी बारिश के बाद मौसम में ठंडक। पल-पल बदलता मौसम का मिजाज लोगों को...
સોજીત્રા ખાતે PM નરેન્દ્ર મોદીએ આણંદ જિલ્લાની 7 વિધાનસભાને આવરી લેતી જંગી જાહેરસભાને સંબોધી
સોજીત્રા ખાતે PM નરેન્દ્ર મોદીએ આણંદ જિલ્લાની 7 વિધાનસભાને આવરી લેતી જંગી જાહેરસભાને સંબોધી
લીમડી ખાતે અંબાજી પગ પાળા જતા સંધો માટે ભંડારા ની કરાઇ વ્યવસ્થા
લીમડી ખાતે અંબાજી પગ પાળા જતા સંધો માટે ભંડારા ની કરાઇ વ્યવસ્થા