আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ধেমাজি জিলা বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্র ছাত্ৰীৰ প্ৰভাত ফেৰী। প্ৰভাত ফেৰীত অংশ লয় বিদ্যালয় খনৰ ছাত্র ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলে। আজাদী কা মহোৎসৱৰ অংশ হিচাপে উলিওৱা এই প্ৰভাত ফেৰীৰ জৰিয়তে বৰদলনি ভিন্ন প্ৰান্তত স্বাধীনতা দিৱসৰ সজাগতাৰ সৃষ্টি কৰে। জনসাধাৰণক দেশ প্ৰতি শ্ৰদ্ধা কৰাৰ মূল উদ্দেশ্য। আগন্তুক ৭৫ সংখ্যক স্বাধীনতা দিৱসত সকলোকে পালন কৰিবলৈ আহ্বান জনায় বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী সকলে।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  LoC पर घुसपैठ कर रहे 2 आतंकवादी मारे गए:नौशेरा सेक्टर में देर रात एनकाउंटर 
 
                      जम्मू-कश्मीर के राजौरी जिले में LOC (लाइन ऑफ कंट्रोल) के पास सेना ने दो आतंकियों को मार गिराया।...
                  
   Breaking News: पटियाला में PM Modi की रैली, शंभू-खनौरी बॉर्डर पर प्रदर्शन कर रहे किसान पहुंचेंगे 
 
                      Breaking News: पटियाला में PM Modi की रैली, शंभू-खनौरी बॉर्डर पर प्रदर्शन कर रहे किसान पहुंचेंगे
                  
   মৰাণত টিংখাঙ ৰাজহ চক্ৰ বিষয়াৰ চৰকাৰী গাড়ী চুৰি।  
 
                      দিনক দিনে বৃদ্ধি পাইছে মৰাণত গাড়ী চুৰিৰ ঘটনা। এইবাৰ চুৰে চুৰি কৰিনিলে টিংখাঙ ৰাজহ চক্ৰৰ চক্ৰ...
                  
   बच्चे को लातों से पीटा, बच्चे को पीटने का सीसीटीवी वीडियो सोशल मीडिया पर वायरल 
 
                      बच्चे को लातों से पीटा, बच्चे को पीटने का सीसीटीवी वीडियो सोशल मीडिया पर वायरल
                  
   
  
  
  
   
  