অহা ৪ বছৰৰ ভিতৰত মৰাণ সমষ্টিৰ প্ৰায় ৯৫ শতাংশ জৰাজীৰ্ণ পথ মেৰামতি কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে । মৰাণৰ সমীপৰ তিলৈজান মুণ্ডা লাইনৰ এটা অংগনবাড়ী কেন্দ্ৰ উদ্বোধন কৰি সাংবাদিকৰ আগত এই মন্তব্য কৰে বিধায়ক চক্ৰধৰ গগৈয়ে । তেওঁ কয় যে বিগত কাৰ্যকালত বহুকেইটা পথ পকীকৰণ কৰা হৈছে । এইবাৰো ২০২২-২০২৩ বৰ্ষত প্ৰায় ২৫ কিল'মিটাৰ পথ নিৰ্মাণৰ লক্ষ্য লোৱা হৈছে লগতে কেইবাটাও ভগ্নপ্ৰায় পথ পুনৰ নিৰ্মাণ কৰি সক্ৰিয় অৱস্থালৈ অনা হ'ব । ইয়াৰ বাবে কিছু ধৈৰ্যৰ প্ৰয়োজন । উল্লেখযোগ্য যে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ দ্বাৰা ২৫ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা তিলৈজান মুণ্ডালাইন আদৰ্শ অংগনৱাড়ী কেন্দ্ৰটো উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন সভাও অনুষ্ঠিত হয় । সভাত বিধায়ক গৰাকীৰ লগতে খোৱাং উন্নয়ন খণ্ডৰ বিষয়া, পঞ্চায়তৰ নেতা-কৰ্মীৰ সহিতে স্থানীয় লোক সকল উপস্থিত থাকে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Karnataka Sex Scandal: Prajwal Revanna के खिलाफ ब्लू कॉर्नर नोटिस... इंटरपोल से सरकार ने मांगी मदद |
Karnataka Sex Scandal: Prajwal Revanna के खिलाफ ब्लू कॉर्नर नोटिस... इंटरपोल से सरकार ने मांगी मदद |
શ્યામજી કૃષ્ણ વર્મા સોસાયટીમાં સભા યોજાઇ
#buletinindia #gujarat #bhuj
ધ્રાંગધ્રાના કબ્રસ્તાનની અંદર આગ લાગવાની ઘટના બની: ફાયર બ્રિગેડ ઘટનાસ્થળે આવી આગ પર કાબુ મેળવ્યો
ધ્રાંગધ્રાના કબ્રસ્તાનની અંદર આગ લાગવાની ઘટના બની: ફાયર બ્રિગેડ ઘટનાસ્થળે આવી આગ પર કાબુ મેળવ્યો
બાળકી દંપતી પાસેથી લઇ લેતા માતાએ ભીની આંખે વ્યકત કરી વેદના |Viral Video
બાળકી દંપતી પાસેથી લઇ લેતા માતાએ ભીની આંખે વ્યકત કરી વેદના |Viral Video