স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান দিন বাকি। স্বাধীনতা দিৱসক কেন্দ্ৰ কৰি টিংখাঙত আৰক্ষীৰ ব্যাপক তৎপৰতা। টিংখাঙৰ বগাদাত চাৰি আলিত গঢ়ি তোলা হৈছে নিছিদ্ৰ নিৰাপত্তা বেষ্টনি। স্বাধীনতা দিৱসৰ দিনটোত যাতে উগ্ৰপন্থী সংগঠনে অঞ্চলটোত কোনোধৰণৰ কূটাঘাটমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰবাবে কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা। অঞ্চলটোৰ বিভিন্ন স্হানত আৰক্ষী - ব্লেকপেন্থাৰ দলে দিনে-নিশাই তালাচি অব্যাহত ৰাখিছে। তন্ন-তন্নকৈ পৰীক্ষা কৰা হৈছে প্ৰতিখন দুচকীয়া-চাৰিচকীয়া যান-বাহন। প্ৰধানকৈ ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমামূৰীয়া অঞ্চলত বিশেষ সতৰ্কতা গ্ৰহণ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Israel-Palestine War Updates: गाजा को इजरायली सेना ने घेरा, अब जमीन से हमले की तैयारी | Hamas Attack
Israel-Palestine War Updates: गाजा को इजरायली सेना ने घेरा, अब जमीन से हमले की तैयारी | Hamas Attack
গড়পোট বাপূজী হাইস্কুলৰ গুনোৎসৱৰ আটোমটোকাৰী পৰিবেশ
কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত গড়পোট বাপুজী হাইস্কুলৰ আটোমটোকাৰী পৰিবেশে ৰাইজৰ দৃষ্টি আকৰ্ষণ...
Suzuki Motorcycle India ने सितंबर में बेचीं लगभग 98 हजार टू-व्हीलर्स, 13 फीसद की सालाना ग्रोथ दर्ज
सुजुकी मोटरसाइकिल इंडिया ने पिछले से पिछले महीने यानी अगस्त महीने में 103336 यूनिट गाड़ियों की...