স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান দিন বাকি। স্বাধীনতা দিৱসক কেন্দ্ৰ কৰি টিংখাঙত আৰক্ষীৰ ব্যাপক তৎপৰতা। টিংখাঙৰ বগাদাত চাৰি আলিত গঢ়ি তোলা হৈছে নিছিদ্ৰ নিৰাপত্তা বেষ্টনি। স্বাধীনতা দিৱসৰ দিনটোত যাতে উগ্ৰপন্থী সংগঠনে অঞ্চলটোত কোনোধৰণৰ কূটাঘাটমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰবাবে কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা। অঞ্চলটোৰ বিভিন্ন স্হানত আৰক্ষী - ব্লেকপেন্থাৰ দলে দিনে-নিশাই তালাচি অব্যাহত ৰাখিছে। তন্ন-তন্নকৈ পৰীক্ষা কৰা হৈছে প্ৰতিখন দুচকীয়া-চাৰিচকীয়া যান-বাহন। প্ৰধানকৈ ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমামূৰীয়া অঞ্চলত বিশেষ সতৰ্কতা গ্ৰহণ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Loksabha Election 2024: Punjab में CM Arvind Kejriwal ने भरी हुंकार, 'काम किया तो वोट... | Aaj Tak
Loksabha Election 2024: Punjab में CM Arvind Kejriwal ने भरी हुंकार, 'काम किया तो वोट... | Aaj Tak
শিক্ষকৰ বিদায় অনুষ্ঠান
চতিয়না পথাৰত শিক্ষক মোহন গগৈৰ কৰ্ম জীৱন ৰ বিদায় সম্বৰ্দ্ধনা।
নুমলিগড়ৰ কাষৰীয়া কাৰ্বি আংলং...
টীয়কত শিল্পী নীল পৱন বৰুৱাৰ এখনি অভিনন্দন গ্ৰন্থ উন্মোচন অনুষ্ঠান
টীয়কত শিল্পী নীল পৱন বৰুৱাৰ এখনি অভিনদন গ্ৰন্থ উন্মোচন অনুষ্ঠান
મહાનગરપાલીકાની સ્ટેન્ડિંગ કમિટીની બેઠક યોજાઈ
#buletinindia #gujarat #jamnagar