শিৱসাগৰৰ দিচাং মুখৰ দুই কিশোৰক ঝাৰখণ্ডত অনুষ্ঠিত ৰাষ্ট্ৰীয় থাংদা প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই।অনা দুই কিশোৰক সদৌ শিৱসাগৰ জিলা অনুসুচীত জাতিছাত্ৰ সন্থা আৰু দিচাংমুখ আঞ্চলিক সমিতিৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় দিচাং মুখ জেইল গাঁৱৰ নিবাসী হৰেশ হাজৰিকাৰ পুত্ৰ হিমাংশু হাজৰিকা আৰু অজিত দাসৰ পুত্ৰ অবিনাশ দাসক। উল্লেখ যোগ্য যে ঝাৰ খণ্ডত ৰাষ্ট্ৰীয় থাংদা প্ৰতিযোগিতাত অংশ গ্ৰহন কৰি সোণৰ পদক অৰ্জন কৰি এই দুই কিশোৰে শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিছে।
ঝাৰ খণ্ডত থাংদা প্ৰতিযোগিতাত সোণৰ পদক অৰ্জনকৰা দুই কিশোৰক দিচাংমুখত অনুসুচিত জাতি ছাত্ৰ সন্থাৰ সম্বৰ্ধনা।
![](https://storage.googleapis.com/nerity.com/uploads/updates/photos/2023/12/nerity_4a932999869aeddcae80e3b88b2ce73b.jpg)