দেওবাৰে ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহচকৃ বিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত বামুণবাৰী গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডত কোনো ধৰনৰ দুৰ্নীতি হোৱা নাই বুলি দাবী ৯ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য তথা বামুণবাৰী গাঁও পঞ্চায়তৰ উপ-সভাপতিগৰাকীৰ । দুটামান দিনৰ পূৰ্বে ৱাৰ্ডটোত বৃকলাংগ, বৃদ্ধ-বৃদ্ধা, বিধৱা মহিলা আৰু দৰিদ্ৰ লোককে ধৰি শতাধিক লোকে চৰকাৰী আঁচনিৰ বঞ্চিত হোৱা বুলি বাতৰি প্ৰকাশ হোৱাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৱাৰ্ড সদস্যগৰাকীয়ে ।

হিতাধিকাৰীসকলক লগত লৈ সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ালে