ঢকুৱাখনাত প্ৰতিকৃতি জ্বলিল আঙুৰলতা ডেকাৰ।

ঢকুৱাখনা নগৰত প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই আহোম জনগোষ্ঠীক লৈ কৰা মন্তব্যৰ বিৰোধীতাৰে 2 প্ৰতিবাদ জনাই আজি ঢকুৱাখনা নগৰত তাই আহোম ঢকুৱাখনা আঞ্চলিক সমিতিয়ে আঙুৰলতা ডেকাৰ প্ৰতিকৃতি দাহ কৰা লগতে আইনী ব্যৱস্থাৰে আঙুৰলতা শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক অনুৰোধ জনাই।সমাজিক ভাবে যদি আঙুৰলতা ডেকাই ক্ষমা নোখোজে তেন্তে সদৌ তাই আহোম ছাত্ৰ সন্থাই আঙুৰলতা ডেকা ওপৰত ব্যৱস্থা লোৱাৰ হুংকাৰ প্ৰদান কৰে।