ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত মৰাণ অভয়পুৰত থকা মাটিক কেন্দ্ৰ কৰি স্থানীয় ৰাইজ আৰু অসম গেচকোম্পেনী লিমিটেডৰ মাজত সংঘাট সৃষ্টি হয় ।ঘটনা সম্পৰ্কে অৱগত হৈ ঘটনা স্থলীত উপস্থিত হয় মৰাণ ৰাজহ চক্ৰ বিষয়া ড° সঙ্গীতা শৰ্মা। উল্লেখনীয় যে উক্ত স্থানৰ আঢ়ৈ বিঘা মাটি ১৯৮০ চনৰ পৰা ফটিকাচোৱা নেপালী গাঁও,অভয়পুৰীয়াবঙালী গাঁও উন্নয়ন সমিতি ও যুৱ সঙ্ঘই সামাজিক কামৰ বাবে ব্যৱহাৰ কৰি আহিছে।স্থানীয় ৰাইজে তাত বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰি আহিছে।আজি হঠাৎ অসম গেচ কোম্পানীয়ে মাটিডোখৰ দখল কৰিবলৈ উপস্থিত হয়। ইয়াৰ।ফলস্বৰূপে দুয়োপক্ষৰ মাজত সংঘাট সৃষ্টি হয়। ঘটনাস্থলীত মৰাণ ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে দুয়োপক্ষক কাৰ্য্যালয়ত উপস্থিত হৈ সু-মীমাংসা কৰাৰ আশ্বাস প্ৰদান কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: Anantnag में आतंकियों की घेराबंदी, Rocket Launcher से किए जा रहे हैं हमले | Aaj Tak
Breaking News: Anantnag में आतंकियों की घेराबंदी, Rocket Launcher से किए जा रहे हैं हमले | Aaj Tak
બિલાસપુર મંડળ પર ઇન્ટરલોકિંગના કાર્યને કારણે અમદાવાદથી દોડતી પસાર થતી કેટલીક ટ્રેનો રદ રહેશે.
દક્ષિણ પૂર્વ મધ્ય રેલવેના બિલાસપુર મંડળના રાયગઢ-ઝારસુગુડા સેક્શનના ઈબ સ્ટેશન પર ચોથી લાઇન...
নাৰায়ণপুৰত মাহ প্ৰসাদত বিষক্ৰিয়াত অদ্ধশাতাধিক লোক অসুস্থ।
নাৰায়ণপুৰত মাহ প্ৰসাদত বিষক্ৰিয়াত অদ্ধশাতাধিক লোক অসুস্থ।
প্ৰাপ্য মজুৰিৰ দাবীত টিংখাঙৰ নামদাং খণ্ড বন বিষয়াৰ কাৰ্যালয়ত শ্ৰমিকৰ প্ৰতিবাদ
টিংখাঙৰ খোৱাং বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ নাংদাং খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে বনানিকৰণত...
অসম আৰক্ষীৰ নিলম্বিত উপ-মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকাৰ জামিন মঞ্জুৰ
উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে নিলম্বিত অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকাক আয়তকৈ অধিক...