ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰবিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত মৰাণ পান্নালাল।এণ্ড কোম্পেনীৰ তেল ডিপুত XP100 পেট্ৰলৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে ধেমাজীৰ।ভাৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া পাপৰি বৰগোঁহাইয়ে কেক কাটে।IOCLডিব্ৰুগড়ৰ চেলচ্ মেনেজাৰ সৌম্যজিত দলেৰ লগতে ডিপুৰ স্বত্বাধিকাৰ দেৱকীনন্দন আগৰৱাল , হিমালয় আগৰৱাল আৰু ডিপুটোৰ কৰ্মচাৰী ও গ্ৰাহক সকল উপস্থিত থাকে। এই সময়ত ডিপুত তেল লবলৈ অহা গ্ৰাহক সকলক উপহাৰ প্ৰদান কৰাহয়।
মৰাণৰ পান্নালাল ৰামেশ্বৰ এণ্ড কোম্পোনীৰ তেল ডিপোত XP100ৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান অনুষ্ঠিত, ধেমাজীৰ প্ৰশাসনিক বিষয়াৰ অংশগ্ৰহন।
