চাৰি ৰাজ্যৰ নিৰ্বাচনী ফলাফলত তিনিখন ৰাজ্যত বিজেপিয়ে বিজয়ধ্বজা উৰুৱাৰ পিছত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিজেপিৰ আনন্দ উল্লাস প্ৰদৰ্শন ।

মৰাণ পৌৰসভা আৰু সৰ্বোদয় গাঁও পঞ্চায়তৰ উদ্যোগত মৰাণ নগৰত ফটকা ফুটাই আনন্দ -উল্লাস প্ৰদৰ্শন কৰে বিজেপিৰ কৰ্মকৰ্তাসকলে । একেদৰে টিংখাঙৰ ৰাজগড়ত বিজপিৰ কৰ্মীসকলে ফটকা ফুটাই আনন্দ-উল্লাস কৰা পৰিলক্ষিত হয় ।

উল্লেখ্য যে, আজি ঘোষিত মধ্যপ্ৰদেশ, ছত্তিশগড়, ৰাজস্থান আৰু তেলেংগানাৰ নিৰ্বাচনী ফলাফলত তেলেংগানাৰ বাহিৰে কেওখন ৰাজ্যতে বিজেপিয়ে বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হোৱাৰ পিছতে অসমটো পৰিলক্ষিত হৈছে বিজেপিৰ হৰ্ষোল্লাস ।

 চাৰি ৰাজ্যৰ নিৰ্বাচনী ফলাফলত তিনিখন ৰাজ্যত বিজেপিয়ে বিজয়ধ্বজা উৰুৱাৰ পিছত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিজেপিৰ আনন্দ উল্লাস প্ৰদৰ্শন ।

মৰাণ পৌৰসভা আৰু সৰ্বোদয় গাঁও পঞ্চায়তৰ উদ্যোগত মৰাণ নগৰত ফটকা ফুটাই আনন্দ -উল্লাস প্ৰদৰ্শন কৰে বিজেপিৰ কৰ্মকৰ্তাসকলে । একেদৰে টিংখাঙৰ ৰাজগড়ত বিজপিৰ কৰ্মীসকলে ফটকা ফুটাই আনন্দ-উল্লাস কৰা পৰিলক্ষিত হয় ।

উল্লেখ্য যে, আজি ঘোষিত মধ্যপ্ৰদেশ, ছত্তিশগড়, ৰাজস্থান আৰু তেলেংগানাৰ নিৰ্বাচনী ফলাফলত তেলেংগানাৰ বাহিৰে কেওখন ৰাজ্যতে বিজেপিয়ে বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হোৱাৰ পিছতে অসমটো পৰিলক্ষিত হৈছে বিজেপিৰ হৰ্ষোল্লা