লখিমপুৰ জিলাৰ লালুক আৰক্ষীৰ ব্যাপক সফলতা৷ ছয়টাকৈ চোৰাং গৰু সহ আটক দুই সৰবৰাহকাৰী৷ লালুক আৰক্ষী থানাৰ আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা এটি তহলদাৰী দলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন মালবাহী মেজিক গাড়ীত অৰুণাচল প্ৰদেশলৈ নি থকা অৱস্থাত ছয়টাকৈ গৰু জব্দ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে গাড়ী সহ গৰু ছয়টা জব্দ কৰাৰ সমান্তৰালভাৱে এই কাৰ্যত জড়িত দুটাকৈ সৰবৰাহকাৰীক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে৷ ধৃত দুই যুৱকে লখিমপুৰ জিলাৰ নাওবৈচা অঞ্চলৰ পৰা কাষৰীয়া অৰুণাচল প্ৰদেশলৈ গৰু কেইটা কঢ়িয়াই নিছিল বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
তিনিচুকীয়া গুইজানত আবকাৰী বিভাগৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান
তিনিচুকীয়া গুইজানত আবকাৰী বিভাগেে আজি অবৈধ সুৰাৰ বিৰুদ্ধে এক বৃহৎ অভিযান চলায় ৷
सामाजिक टकराव एक आपदा दीपक सिंह भदौरिया
जीतेन्द्र रजक गुनौर आज से लगभग डेढ़ वर्ष पहले मैंने जातीय हिंसा से आसन्न खतरों पर कुछ...
आदर्श कॉलोनी विकास समिति की ओर से सावन लहरिया महोत्सव का आयोजन
आदर्श कॉलोनी विकास समिति माल रोड कोटा जंक्शन की ओर से लहरिया महोत्सव का आयोजन किया गया। समिति की...