"এক বৃক্ষ দশ পুত্ৰ সম" ৰঙাপৰা মহাবিদ্যালয়ত বৃক্ষৰোপন কাৰ্য্যসূচী । মূখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে বিভিন্ন অনুস্থান , প্ৰতিস্থান , ৰাজহুৱা স্হান , চৌহদ আদি ঠাইত সেউজী ধৰনী নিৰ্মান কৰাৰ লক্ষৰে আৰম্ভ কৰিছে বৃক্ষ ৰূপন কাৰ্যসূচী । এই কাৰ্যসূচী অংশ ৰূপে আজি ৰঙাপৰা মহাবিদ্যালয়ত ১০৪ জোপা ৰঙা চন্দন ৰূপন কৰা হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
জামুগুৰিহাটৰ বৰপুখুৰীপাৰ মুকলি বিহু ক্ষেত্ৰ উন্নয়নৰ বাবে পঞ্চাশ লাখ টকাৰ আধাৰশিলা বিধায়ক পদ্ম হাজৰিকাৰ
শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰ মুকলি বিহু পথাৰৰ আন্তঃগাঁথনিৰ উন্নয়ন আৰু...
સુરત શહેરમાં વધતા જતા રોગચાળાને લઈને ડોક્ટરે સિવિલ હોસ્પિટલ ખાતેથી આપી માહિતી.
સુરત શહેરમાં વધતા જતા રોગચાળાને લઈને ડોક્ટરે સિવિલ હોસ્પિટલ ખાતેથી આપી માહિતી.
কলিয়াবৰৰ কিলিং গাঁৱত বনৰীয়া হাতীৰ মৃত্যু
কলিয়াবৰৰ কিলিং গাঁৱত বনৰীয়া হাতীৰ মৃত্যু