লখিমপুৰ জিলা ধলপুৰ খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত শিলিখাগুৰি স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত পৰিয়াল পৰিকল্পনা , অবাঞ্চিত গৰ্ভধাৰণ হ্ৰাস তথা নিৰাপদ মাতৃত্বৰ প্ৰসাৰৰ বাবে বিশেষ নিৰাপদ জীৱন কিট (Safe Life kit) সেৱা আৰম্ভ কৰা হয় ৷ ৰাজ্যৰ ভিতৰত সৰ্বপ্ৰথম এই সেৱা আৰম্ভ কৰি জনস্বাস্থ্য বিষয়া বিজিত দেউৰীয়ে কয় এই পদক্ষেপে সকলো যোগ্য দম্পতীক সুৰক্ষিত গৰ্ভধাৰণৰ বাবে আৰু তেওঁলোকৰ বিচৰা জন্মসমুহ আনিবলৈ সক্ষম হ’ব ৷ কিটটোত কিছুমান জন্ম নিয়ন্ত্ৰণ ঔষধ আছে যিয়ে গৰ্ভাৱস্থাৰ মাজত ব্যৱধান বজাই ৰখাত সহায় কৰিব ৷ ইয়াৰ জৰিয়তে যৌন সংক্ৰমণ ৰোগ ৰোধ কৰিব পৰা যাব ৷ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে লখিমপুৰ জিলা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু পৰিয়াল পৰিকল্পনা সমন্বয়ক চৈতন্য বৰা , ধলপুৰ খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ব্লক প্ৰগেম বিষয়া নীলাক্ষী শইকীয়া প্ৰমুখ্যে কেইবাগৰাকী বিষয়া ৷ ৰাজ্যৰ ভিতৰতে সৰ্বপ্ৰথম এই সেৱা শিলিখাগুৰি স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত আৰম্ভ কৰাত লখিমপুৰ জিলা ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা° জগদীশ গোস্বামীয়ে কেন্দ্ৰটোৰ পদক্ষেপক প্ৰশংসা কৰাৰ লগতে অন্য সকলকো এনেধৰনৰ পদক্ষেপ লবলৈ আহ্বান জনায় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસાના જૂનાડીસામાં જુગાર રમતાં 7 શખ્સોને પોલીસે ઝડપ્યા
ડીસા તાલુકા પોલીસ મથકનો સ્ટાફ સોમવારે પેટ્રોલિંગમાં હતા. તે દરમિયાન બાતીના આધારે જુનાડીસા...
@चौथ माता के दर्शन को जाने वाले यात्रियों के लिए लगा भंडारा.
उनियारा. उपखण्ड के रामपुरा कस्बे मे तिल चौथ पर चौथ माता मेले मे जाने वाले श्रद्धांलुओ के...
પારકી પંચાત
પારકી પંચાત : બોલ બચન નેતાઓનો પગાર કાપી લેવો જોઈએ! વાયદા કરી મત મેળવી ગાયબ થઈ જનારા જનપ્રતિનિધિ...
રાધનપુર : આઠ વર્ષની બેબીએ પહેલો રોજો રાખ્યો | SatyaNirbhay News Channel
રાધનપુર : આઠ વર્ષની બેબીએ પહેલો રોજો રાખ્યો | SatyaNirbhay News Channel
Mukhtar Ansari Death News: मुख्तार अंसारी के घर पहुंचे AIMIM चीफ Owaisi, परिजनों से मिलकर जताया शोक
Mukhtar Ansari Death News: मुख्तार अंसारी के घर पहुंचे AIMIM चीफ Owaisi, परिजनों से मिलकर जताया शोक