অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিয়ে হাতত লোৱা 'য়ুথ জোড়ো যাত্ৰা'-ৰ দ্বিতীয়লানি কাৰ্যসূচীৰ অংশ হিচাপে আজি চৰাইদেউ জিলাৰ মৰাণত পদযাত্ৰাৰ কাৰ্যসূচী গ্ৰহন কৰে যুৱ কংগ্ৰেছে ৷ চৰাইদেউ জিলা যুৱ কংগ্ৰেছ কমিটিৰ উদ্যোগত জিলাখনৰ মাহমৰা সমষ্টি যুৱ কংগ্ৰেছ আৰু সোণাৰী সমষ্টি যুৱ কংগ্ৰেছ কমিটিৰ সহযোগত উলিওৱা এই যাত্ৰাত কেইবাশ যুৱ কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহন কৰে ৷ মৰাণৰ থমচন তিনিআলিৰ পৰা মৰাণ নগৰলৈকে এক পদযাত্ৰা উলিয়াই মৰাণ মিলিত শিল্পী সমাজৰ প্ৰেক্ষাগৃহত এক সভাও অনুষ্ঠিত কৰে যুৱ কংগ্ৰেছে ৷ এই ৰেলীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক সুৰুজ দিহিঙীয়া, অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি জুৱেৰ আনম, চৰাইদেউ জিলা সমিতিৰ সভাপতি গকুল গগৈকে ধৰি ৰাজ্যিক সমিতি, জিলা সমিতি আৰু মণ্ডল সমিতিৰ বিষয়ববীয়াসকলে অংশগ্ৰহন কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
জনজাতিকৰণৰ দাৱীত দৌলমুখ চাৰিআলিত প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমাৰ মন্ত্ৰী প্ৰতিকৃতি দাহ টাই আহোম যুৱ ছাত্ৰ পৰিষদৰ।
আজি শিৱসাগৰ দৌলমুখ চাৰিআলিত প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ...
સોશીયલ મીડીઆ પર 60 વર્ષ જુનુ પેટ્રોલનુ બિલ થયું વાયરલ ! જુઓ પેટ્રોલ નો ભાવ કેટલો હતો ત્યારે
આપણા દેશમાં દિવસેને દિવસે મોંઘવારી વધતી જાય છે જેની પાછળ અનેક કારણો જવાબદાર છે. હાલના સમયમાં જો...
कच्चा लहसुन खाने के फ़ायदे । lehsun | garlic benefits
कच्चा लहसुन खाने के फ़ायदे । lehsun | garlic benefits
હાલોલની એક ખાનગી કંપનીનો સુપરવાઇઝર બન્યો સાયબર ક્રાઇમનો ભોગ, કેવી રીતે KYC કરવાની લિંક મોકલી 41,500/- રૂ.ની રકમ ઓનલાઇન ઠગી લીધી જુવો સંપૂર્ણ અહેવાલ.
હાલોલ ખાતે આવેલી એક પ્રસિદ્ધ ખાનગી કંપનીમાં સિફ્ટ સુપરવાઇઝર તરીકે નોકરી કરતા અને હાલોલના રામપુરા...
राष्ट्रीय महा संपर्क अभियान विभाग पन्ना की नवनियुक्त पदाधिकारियों की सूची जिला संयोजक रामलाल लखेरा ने की जारी
पन्ना :जिसमें जिला पंचायत अध्यक्ष जनपद अध्यक्ष नगर परिषद अध्यक्ष सहित वरिष्ठ कार्यकर्ताओं...