অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিয়ে হাতত লোৱা 'য়ুথ জোড়ো যাত্ৰা'-ৰ দ্বিতীয়লানি কাৰ্যসূচীৰ অংশ হিচাপে আজি চৰাইদেউ জিলাৰ মৰাণত পদযাত্ৰাৰ কাৰ্যসূচী গ্ৰহন কৰে যুৱ কংগ্ৰেছে ৷ চৰাইদেউ জিলা যুৱ কংগ্ৰেছ কমিটিৰ উদ্যোগত জিলাখনৰ মাহমৰা সমষ্টি যুৱ কংগ্ৰেছ আৰু সোণাৰী সমষ্টি যুৱ কংগ্ৰেছ কমিটিৰ সহযোগত উলিওৱা এই যাত্ৰাত কেইবাশ যুৱ কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহন কৰে ৷ মৰাণৰ থমচন তিনিআলিৰ পৰা মৰাণ নগৰলৈকে এক পদযাত্ৰা উলিয়াই মৰাণ মিলিত শিল্পী সমাজৰ প্ৰেক্ষাগৃহত এক সভাও অনুষ্ঠিত কৰে যুৱ কংগ্ৰেছে ৷ এই ৰেলীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক সুৰুজ দিহিঙীয়া, অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি জুৱেৰ আনম, চৰাইদেউ জিলা সমিতিৰ সভাপতি গকুল গগৈকে ধৰি ৰাজ্যিক সমিতি, জিলা সমিতি আৰু মণ্ডল সমিতিৰ বিষয়ববীয়াসকলে অংশগ্ৰহন কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Nifty Bank Nifty Cues | Virendra Kumar से जानें Nifty & Nifty Bank में किन Levels पर करें खरीदारी
Nifty Bank Nifty Cues | Virendra Kumar से जानें Nifty & Nifty Bank में किन Levels पर करें...
દેશમાં છેલ્લા 24 કલાકમાં કોરોનાના 16,464 નવા કેસ નોંધાયા,24ના મોત
દેશમાં કોરોના દર્દીઓની સંખ્યામાં સતત વધઘટ થઈ રહી છે. લાંબા સમયથી લગભગ 20 હજાર કેસ સામે આવી રહ્યા...
તળાજામાં ખજૂરભાઈની એન્ટ્રી યુવાનોએ સેલ્ફી લેવા પડાપડી કરી જુઓ,khajur,jigli.
તળાજામાં ખજૂરભાઈની એન્ટ્રી યુવાનોએ સેલ્ફી લેવા પડાપડી કરી જુઓ,khajur,jigli.
itel A80: सस्ता फोन ला रहा आईटेल, 120Hz रिफ्रेश रेट और बड़ी बैटरी से होगा लैस
itel India एक किफायती स्मार्टफोन लॉन्च करने की प्लानिंग कर रहा है। अपकमिंग फोन को एंट्री-सेगमेंट...
breaking અમદાવાદ એરપોર્ટ પર ટર્મિનલ-4 પાસે કેન્ટિનમાંથી કોબ્રા નીકળ્યો...!
ડોમેસ્ટિક એરપોર્ટના ટર્મિનલ-4 પાસે આવેલી કેન્ટિનમાંથી સોમવારે સવારે
કોબ્રા નીકળતાં દોડધામ મચી ગઇ...