জীৱন্ত কুঁচিয়া খাই মৃত্যু এজন যুৱক। বজালী জিলাৰ পাঠশালাত সংঘটিত হৈছে এই অঘটন। পংকজ ৰয় নামৰ এজন যুৱকে কুঁচিয়া এডাল জীৱন্তে মুখলৈ নি ধেমালি কৰিছিল ভতিজাকৰ লগত৷ কিন্তু অসাৱধানতাৰ বাবেই কুঁচিয়াডাল পেটৰ ভিতৰলৈ সোমাই যোৱাত তীব্ৰ পেটৰ বিষত হয় যুৱকজনৰ। বুধবাৰে স্বাস্থ্যৰ অবনতি ঘটাত পাঠশালা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসালয়তে মৃত্যু হয় যুবকজনৰ। পংকজ ৰয়ে পাঠশালা কলেজ ৰোডৰ ৰুপম হোটেলত ৰান্ধনী হিচাপে কৰ্মৰত আছিল। যুবকজনৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলটোত গভীৰ এতিয়া শোকৰ ছাঁ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अभिभाषक परिषद ने जिला कलेक्टर को अधिवक्तागण पर अन्याय की निष्पक्ष जांच व पार्किंग व्यवस्था को लेकर ज्ञापन दिया
अभिभाषक परिषद बून्दी अध्यक्ष चंद्रशेखर शर्मा के नेतृत्व में प्रतिनिधिमंडल ने जिला कलेक्टर को...
দিহিঙ্গীয়া গাঁৱৰ ধাননি পথাৰত মন্ত্ৰী সঞ্জয় কিষানে আকাশবন্তী জ্বলাই পালন কৰে কাতি বিহু
দিহিঙ্গীয়া গাঁৱৰ ধাননি পথাৰত তিনিচুকীয়া কৃষি বিভাগৰ উদ্যোগত দিহিঙ্গীয়া বাসীয়ে আয়োজন কৰা কাতি...
Amreli | રાજુલા પટેલ સમાજ વાડી ખાતે સહકાર સંવાદ કાર્યક્રમનું આયોજન કરવામાં આવ્યું | Divyang News
Amreli | રાજુલા પટેલ સમાજ વાડી ખાતે સહકાર સંવાદ કાર્યક્રમનું આયોજન કરવામાં આવ્યું | Divyang News
વડગામ તાલુકાના મજાદર ગામે પાણીનો પોકાર..
વડગામ તાલુકાના મજાદર ગામે પાણીનો પોકાર..