লখিমপুৰ জিলাৰ লালুক আৰক্ষীৰ ব্যাপক সফলতা৷ ছয়টাকৈ চোৰাং গৰু সহ আটক দুই সৰবৰাহকাৰী৷ লালুক আৰক্ষী থানাৰ আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা এটি তহলদাৰী দলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন মালবাহী মেজিক গাড়ীত অৰুণাচল প্ৰদেশলৈ নি থকা অৱস্থাত ছয়টাকৈ গৰু জব্দ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে গাড়ী সহ গৰু ছয়টা জব্দ কৰাৰ সমান্তৰালভাৱে এই কাৰ্যত জড়িত দুটাকৈ সৰবৰাহকাৰীক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে৷ ধৃত দুই যুৱকে লখিমপুৰ জিলাৰ নাওবৈচা অঞ্চলৰ পৰা কাষৰীয়া অৰুণাচল প্ৰদেশলৈ গৰু কেইটা কঢ়িয়াই নিছিল বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पर्यावरण बचने के लिए 33 लाख अभी तक लगा चुके हैं प्रोफेसर, राजस्थान में
पर्यावरण के बिगड़ते संतुलन की वजह से दुनिया भर में ग्लोबल वार्मिंग और क्लाइमेट चेंज जैसी कई गंभीर...
Badaun Double Murder पर सियासत, सपा बोली- बीजेपी दे रही संरक्षण, जवाब मिला- हो रही कड़ी कार्रवाई
Badaun Double Murder पर सियासत, सपा बोली- बीजेपी दे रही संरक्षण, जवाब मिला- हो रही कड़ी कार्रवाई
Lok Sabha Election Result 2024: चुनाव आयोग ने बताया रुझानों में Congress की सेंचुरी | Aaj Tak
Lok Sabha Election Result 2024: चुनाव आयोग ने बताया रुझानों में Congress की सेंचुरी | Aaj Tak