বিগত ৫ আগষ্টত সংবাদ মাধ্যম যোগে টাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰ যাদৱ কোৱৰে কলিতা জনগোষ্ঠীক ৰাজহুৱা ভাবে অসন্মান কৰাৰ পিচত বিগত ৮আগষ্টত সামাজিক মাধ্যমত প্ৰকাশ কৰা এটি ভি ডি অ যোগে পুনৰবাৰ অসন্মান কৰাৰ অভিযোগত সংগঠনটো জাঙুৰ খাই উঠিছে৷তেওঁলোকে অভিযোগ কৰি কৈছে যে যাদৱ কোৱৰে কলিতা জনগোষ্ঠীক অসন্মান কৰাৰ অধিকাৰ নাই৷ইতিমধ্যে যাদৱ কোৱৰৰ বিৰুদ্ধে আঠখন জিলাত কলিতা আলপাইন জনগোষ্ঠীয়ে গোচৰ তৰা বুলি সাংবাদিক মেলত ঘোষণা কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पाचेगाव परिसरात मेघगर्जनेसह पाऊस.
जिंतुर तालुक्यातील पाचेगाव परिसरात परतीचा पावसाने जोर धरला असून दि. 05 पासून सायंकाळी आणि...
હાલોલ શહેરના પાવાગઢ રોડ પર ભંગારના ડેલામાં આવી ચડેલા અજગરનું નેચર સેવિંગ ફાઉન્ડેશનની ટીમે રેસ્ક્યુ કર્યું.
હાલોલ શહેરના પાવાગઢ રોડ પર હોટલ ગીતા ભવન સામે આવેલા એક ભંગારના ડેલામાં અજગર આવી ચઢતા ભંગારના...
ZEE 24 Kalak Exclusive: PM નરેન્દ્ર મોદી પહોંચ્યા અટલ બ્રિજ નિહાળવા | Zee News
ZEE 24 Kalak Exclusive: PM નરેન્દ્ર મોદી પહોંચ્યા અટલ બ્રિજ નિહાળવા | Zee News
বিহুক গিনীজ বুক অব ৰেকৰ্ডচত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াসক আজি দিহাজানত আদৰণি জনালে আছাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদকে।
বিহুক বিশ্ব দৰবাৰত। প্ৰতিষ্ঠা কৰাৰ লগতে গিনীজ বুক অৱ ৰেকৰ্ড বনাই অভিলেখ গঢ়াৰ বাবে আগন্তুক ১৪...