বিগত ৫ আগষ্টত সংবাদ মাধ্যম যোগে টাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰ যাদৱ কোৱৰে কলিতা জনগোষ্ঠীক ৰাজহুৱা ভাবে অসন্মান কৰাৰ পিচত বিগত ৮আগষ্টত সামাজিক মাধ্যমত প্ৰকাশ কৰা এটি ভি ডি অ যোগে পুনৰবাৰ অসন্মান কৰাৰ অভিযোগত সংগঠনটো জাঙুৰ খাই উঠিছে৷তেওঁলোকে অভিযোগ কৰি কৈছে যে যাদৱ কোৱৰে কলিতা জনগোষ্ঠীক অসন্মান কৰাৰ অধিকাৰ নাই৷ইতিমধ্যে যাদৱ কোৱৰৰ বিৰুদ্ধে আঠখন জিলাত কলিতা আলপাইন জনগোষ্ঠীয়ে গোচৰ তৰা বুলি সাংবাদিক মেলত ঘোষণা কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાજકોટ મહાનગરપાલિકાની ફૂડ વિભાગની ટીમ દ્વારા વિવિધ વિસ્તારોમાં ચકાસણી હાથ ધરવામાં આવી હતી
રાજકોટ મહાનગરપાલિકાની ફૂડ વિભાગની ટીમ દ્વારા વિવિધ વિસ્તારોમાં ચકાસણી હાથ ધરવામાં આવી હતી. આગામી...
वाइफ Anushka ने लुटाया प्यार तो हार्दिक ने गले लगाकर दी बधाई, कई मायनों में Virat Kohli के लिए खास है यह शतक
विराट कोहली आईपीएल में नए सेंचुरी किंग बन गए हैं। चिन्नास्वामी के मैदान पर विराट के बल्ले से...
Power Stocks Rally: Power Demand में तेजी, कितने दौड़ेंगे शेयर? | Business News | CNBC Awaaz
Power Stocks Rally: Power Demand में तेजी, कितने दौड़ेंगे शेयर? | Business News | CNBC Awaaz
মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এটি বনৰীয়া হাতীৰ
নামনি অসমৰ বাস্কা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত ভুলবশতঃ বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ অহাত...
যোৰহাটৰ দৃষ্টিহীন বিদ্যালয়ত মন্ত্ৰী পিজুষ হাজৰিকাৰ বাদ্যযন্ত্ৰ প্ৰদান
যোৰহাটৰ দৃষ্টিহীন বিদ্যালয়ত চাৰি অগষ্ট তাৰিখে উপস্থিত হৈছিল মন্ত্ৰী পিজুষ হাজৰিকা। বিদ্যালয় খনৰ...