বিজেপিৰ বুথ সভাপতি সকলৰ লগত মত বিনিময় অনুষ্ঠানত অংশ গ্ৰহন কৰে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী দীপিকা কাকতি দুৱৰীয়ে। শিসাগৰ যুৱ দলত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ ৰ উপস্থিতিত দলৰ বুথ সভাপতি সকল আৰু শক্তি কেন্দ্ৰৰ আহ্বায়ক সকলৰ সৈতে মত বিনিময় অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক মহিলা মৰ্চাৰ উপ -সভানেত্ৰী দীপিকা কাকতি দুৱৰী।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जयपुर की लाइफलाइन बीसलपुर बांध में लगातार पानी की आवक है जारी,केचमेंट एरिया में हो रही है बारिश
बीसलपुर बांध से जुड़ी बड़ी अपडेट सामने आई है. बांध का जलस्तर 310 RL मीटर पहुंचा. सुबह 6 बजे तक...
শুক্ৰবাৰৰ পৰা তিনিদিনীয়াকৈ বৰখালাত ঈশ্বৰী নাট মহোৎসৱ
নলবাৰী জিলাৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান ঈশ্বৰী সামাজিক সাংস্কৃতিক অনুষ্ঠান,বৰখালাৰ...
শ্বহীদ দিৱস পালন গহপুৰত । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উদ্বোধন কৰে ক্ৰীড়া প্ৰকল্প।
শ্বহীদ দিৱস পালন গহপুৰত । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উদ্বোধন কৰে ক্ৰীড়া প্ৰকল্প।
‘બિલ્કિસ બાનોના ગુનેગારોનું સન્માન કરવું યોગ્ય નથી’, ફડણવીસ
બિલ્કીસ બાનોના દોષિતોની મુક્તિનો મુદ્દો દેશભરમાં ચર્ચામાં છે. લોકો પણ આ અંગે પ્રતિક્રિયા આપી...
ડો.બોરીસાગરના હોમટાઉન ખાંભામાં સરપંચ સહિત ૨૦ કોંગી કાર્યકરો ભાજપમાં -કોંગી છાવણીમાં સન્નાટો
ધારી-બગસરા-ખાંભા ૯૪ વિધાનસભા ચુંટણી માં આજે વધુએક મોટા સમાચાર સામે આવેલ છે.જે સમાચાર મુજબ...