ৰহা দিঘলদৰী যুবক হীৰকজ্যোতি নাথে আজি নিজৰ ওপজা দিন ব্যক্তিক্ৰমী ৰুপত পালন কৰি পদপথৰ আৰ্থীক ভাবে দুৰ্বল লোকসকলৰ মাজত পালন কৰে।

     সকলোবে নিজৰ ওপজা দিন নিজৰ পৰিয়াল আৰু বন্ধু বান্ধবী সকলৰ লগত পালন কৰে কিন্তু ৰহাত ব্যক্তিক্ৰমী পদক্ষেপ দেখা গল।

   হীৰক জ্যোতি নাথ নামৰ যুবকে আজি নিজৰ ওপজা দিনত পদপছৰ আৰ্থিক ভাবে দুৰ্বল পুৰুষ মহিলা আৰু শিশু সকলৰ মাজত পালন কৰে আৰু পদপথৰ লোকসকলৰ মাজত খাদ্য সামগ্ৰী, কাপোৰ আৰু চেন্দেল প্ৰদান কৰে।

   যুবক জনৰ এই পদক্ষেপ ক সকলোবে প্ৰশংসা কৰে।