#আজাদী_কা_অমৃত_মহোৎসৱ

স্বাধীনতাৰ ৭৫ তম্ বৰ্ষপূৰ্তি উপলক্ষে ভাৰতীয় জনতা যুৱ মৰ্চা দৰং জিলাৰ উদ্যোগত ত্ৰিৰংগা যাত্ৰা। প্ৰাক্তন বিধায়ক তথা মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, অসম প্ৰদেশ যুৱ মৰ্চাৰ উপ সভাপতি জোন জ্যোতি কাশ্যপ, দৰং জিলা যুৱ মৰ্চাৰ সভাপতি দিব্যজ্যোতি শৰ্মাৰ লগতে দলীয় কাৰ্যকৰ্তা সকলে ত্ৰিৰংগা যাত্রাত অংশ গ্ৰহণ কৰে ।