আজি বিয়লি ভাগত আছুৰ কেন্দ্ৰীয় উপদেষ্টা  সমূজ্বল কুমাৰ ভট্টাচাৰ্য যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মান কাম বুজ লয়। লগতে  যি কেইটা খুটাত বিসংগতি ধৰা পৰিছিল সেই কেইটা তদন্ত ৰিপৰ্ট ৰাজহুৱা কৰিব লাগে বুলি দাবী জনায় নেতা গৰাকীয়ে।