চৰাইদেউ জিলাৰ মৰাণ হাটত অৱস্থিত মৰাণ মহাবিদ্যালয়ৰ চুইমিং পুলত দেওবাৰে দিনযোৰা কাৰ্য্যসূচীৰে অনুস্থিত হয় আন্তঃ জিলা সাঁতোৰ প্ৰতিযোগিতা। মৰাণ মহাবিদ্যালয় আৰু মৰাণ সাঁতোৰ সন্থাৰ উদ্যোগত চৰাইদেউ ,শিৱসাগৰ ডিব্ৰুগড়,তিনিচুকীয়াৰ মুঠ ৩৮০ গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহন কৰে।সাঁতোৰৰ প্ৰতি নৱপ্ৰজন্মক উৎসাহিত কৰাৰ উদ্দেশ্যেএই আন্তঃজিলা প্ৰতিযোগিতা খনি অনুষ্ঠিত কৰাহয় বুলি উদ্যোক্তা সকলৰ পৰা জানিব পৰা হয়।এই প্ৰতিযোগিতাত যথেষ্ট সংখ্যক অভিভাৱক আৰুপ্ৰতিযোগি সকলৰ উৎসাহ উদ্দীপনা দেখা গৈছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
विद्युत आपूर्ति बंद रहेगी
लाखेरी - 25 जुलाई गुरुवार को 33 केवी लाइन घाट का बराना का रख-रखाव का कार्य किया जाएगा। लक्षित...
મિલ્કબાસ્કેટનો ગુજરાતના અમદાવાદ શહેરમાં પ્રારંભ
#buletinindia #gujarat #ahmedabad
વડાપ્રધાન નરેન્દ્રભાઈ મોદી 26મી મેના રોજ દાહોદમાં આગમન
દેશના વડાપ્રધાનશ્રી નરેન્દ્રભાઈ મોદીનું ૨૬ મી મેના રોજ દાહોદમાં થશે આગમન..વડાપ્રધાનશ્રીના આગમનની...
সোণাৰি সমষ্টিবাসীক শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনালে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
সোণাৰি সমষ্টিবাসীক শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনালে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে