চৰাইদেউ জিলাৰ মৰাণ হাটত অৱস্থিত মৰাণ মহাবিদ্যালয়ৰ চুইমিং পুলত দেওবাৰে দিনযোৰা কাৰ্য্যসূচীৰে অনুস্থিত হয় আন্তঃ জিলা সাঁতোৰ প্ৰতিযোগিতা। মৰাণ মহাবিদ্যালয় আৰু মৰাণ সাঁতোৰ সন্থাৰ উদ্যোগত চৰাইদেউ ,শিৱসাগৰ ডিব্ৰুগড়,তিনিচুকীয়াৰ মুঠ ৩৮০ গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহন কৰে।সাঁতোৰৰ প্ৰতি নৱপ্ৰজন্মক উৎসাহিত কৰাৰ উদ্দেশ্যেএই আন্তঃজিলা প্ৰতিযোগিতা খনি অনুষ্ঠিত কৰাহয় বুলি উদ্যোক্তা সকলৰ পৰা জানিব পৰা হয়।এই প্ৰতিযোগিতাত যথেষ্ট সংখ্যক অভিভাৱক আৰুপ্ৰতিযোগি সকলৰ উৎসাহ উদ্দীপনা দেখা গৈছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આમ આદમી પાર્ટીના ઝંડા ઉતારતી ધ્રોલ નગરપાલિકાઅરવિંદ કેજરીવાલ ધ્રોલ આવે તે પહેલા જ ઝંડા ઉતારવામાં
આમ આદમી પાર્ટીના ઝંડા ઉતારતી ધ્રોલ નગરપાલિકા
અરવિંદ કેજરીવાલ ધ્રોલ આવે તે પહેલા જ ઝંડા...
Rahul Gandhi Ladakh Visit: जब Leh Market में Vegetable Shop पर पहुंचे राहुल गांधी
Rahul Gandhi Ladakh Visit: जब Leh Market में Vegetable Shop पर पहुंचे राहुल गांधी
ગોધરારોડ વિસ્તારના એક નાસ્તા ની લારી પર લાગી આગ
દાહોદ શહેરના ગોધરા રોડ વિસ્તારમાં આવેલ એક નાસ્તાની લારી પર અચાનક લાગી આગ જ્યાં આગ લાગતા લોકોમાં...
तो बीजेपी के साथ गठबंधन पर फिर से करेंगे विचार', AIADMK ने दी भाजपा को चेतावनी
नई दिल्ली, तमिलनाडु में बीजेपी और एआईएडीएमके गठबंधन में दरार पड़ती दिख रही है। प्रदेश...