মৰাণৰ নতুন নগৰস্থিত HP তেল ডিপোত ডকাইটিৰ অপচেষ্টা । নিশা তেল ডিপোৰ কৰ্মচাৰীক মাৰপিট কৰি মোবাইল কাঢ়ি নিবলৈ চেষ্টা । সমগ্ৰ ঘটনা বন্দী হৈ ৰৈছে CCTV কেমেৰাত । শনিবাৰে নিশা প্ৰায় ১২ বজাত এখন গাড়ীৰে তেল ডিপোলৈ তেল ভৰাবলৈ আহে তিনিজন যুৱক । তেল ভৰোৱাৰ পিছত তেল কম দিয়াৰ অভিযোগ তুলি তেল ডিপোৰ কৰ্মচাৰীক মাৰপিট কৰে । এজন যুৱকে কৰ্মচাৰী এজনৰ সৈতে হতাহতিত লিপ্ত হৈ মোবাইলো কাঢ়ি লয় । উপায়হীন হৈ মৰাণ আৰক্ষী থানাত ফোন কৰাত ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় মৰাণ আৰক্ষী বিষয়া পংকজ উপাধ্যায় । সম্প্ৰতি আৰক্ষীয়ে যুৱক তিনিজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Rahul Gandhi press conference at 1 pm: Cong leader's 1st since disqualification
The Surat court convicted Rahul Gandhi in the 2019 'Modi surname' case and gave a two-year...
গোলাঘাটৰ সতী সাধনী কলাক্ষেত্ৰত মত বিনিময় অনুষ্ঠানত অংশ গ্ৰহণ কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ কেন্দ্ৰীয়
গোলাঘাটৰ সতী সাধনী কলাক্ষেত্ৰত মত বিনিময় অনুষ্ঠানত অংশ গ্ৰহণ কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ কেন্দ্ৰীয়
New Nissan Kicks SUV के डिजाइन से हटा पर्दा, जल्द ग्लोबल मार्केट में होगी लॉन्च
लुक्स के आधार पर देखें तो आगामी Kicks का डिजाइन Mitsubishi XForce से मिलता-जुलता प्रतीत होता है।...
Justin Trudeau के प्लेन में खराबी, भारत ने किया अपना विमान ऑफर| G20 Summit | Air India One | Modi
Justin Trudeau के प्लेन में खराबी, भारत ने किया अपना विमान ऑफर| G20 Summit | Air India One | Modi