শোনিতপুৰ জিলাৰ চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা বালিপৰা শিক্ষাখণ্ডৰ অন্তৰ্গত দুখনকৈ বিদ্যালয়ৰ আছুটীয়া শ্ৰেনী কোঠাৰ আধাৰ শিলা স্থাপন ।গড়মৰা প্ৰাথমিক বিদ্যালয় আৰু ননকে বাকোলা প্ৰাথমিক বিদ্যালয়ত অসম সৰ্বশিক্ষা অভিযান মিচনৰ দ্বাৰা প্ৰদান কৰা পুজিৰে নিৰ্মান কৰিবলগীয়া আছুটিয়া শ্ৰেনীকোঠাৰ আধাৰশিলা স্থাপনকৰে চতিয়া সমষ্টিৰ কেবিনেট মৰ্য্যদাপ্ৰাপ্ত বিধায়ক পদ্ম হাজৰিকাই। একোখন বিদ্যালয়ত ৫ লাখ ৮ হাজাৰ ২০০ টকা ব্যয় সাপেক্ষে নিৰ্মান হ'বলগীয়া এই শ্ৰেনীকোঠা নিৰ্মানৰ আধাৰশিলা অনুষ্ঠানত চাৰিদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি অৰুন ভূঁঞা, চাৰিদুৱাৰ জিলা পৰিষদৰ সদস্য কৃষ্ণ কোঁচ,গড়মৰা পঞ্চায়তৰ সভাপতি চহন প্ৰধান প্ৰমূখ্যে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী ছাত্ৰ ছাত্ৰী,বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যকে প্ৰমূখ্যে স্থানীয় ৰাইজ উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જેતપુરની કુંભાણી મ્યુનિ ગર્લ્સ હાઈસ્કૂલના શિક્ષકો ગરિમા ભૂલ્યા | SatyaNirbhay News Channel
જેતપુરની કુંભાણી મ્યુનિ ગર્લ્સ હાઈસ્કૂલના શિક્ષકો ગરિમા ભૂલ્યા | SatyaNirbhay News Channel
सेवा-कार्याे से प्रेरित होकर शिक्षिका श्रीमती सावित्री सोमानी जन्मदिन पर लिया देहदान संकल्प
मरणोपरांत किसी के काम आ सके नश्वर शरीर
बूंदी। शहर के मधुवन कॉलोनी निवासी राजकीय शिक्षिका श्रीमती...
Israel Hamas War: Gaza में North से लेकर South तक का 'नर्क से होकर गुज़रने वाला' सफ़र (BBC Hindi)
Israel Hamas War: Gaza में North से लेकर South तक का 'नर्क से होकर गुज़रने वाला' सफ़र (BBC Hindi)
Kanpur ईंट भट्टे पर 700 किलोमीटर दूर से आए परिवार ने क्या बताया? Kanpur Gangrape
Kanpur ईंट भट्टे पर 700 किलोमीटर दूर से आए परिवार ने क्या बताया? Kanpur Gangrape
এচি এম এছৰ আহ্বানত ভামুন চাহ বাগিচাত শ্ৰ মিকৰ সমস্যা সমুহ সমাধানৰ দাবীত ধৰ্ণা অনুষ্ঠিত।
চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত অসম চাহ মজদুৰ সংঘৰ আহ্বান মৰ্মে বাগিচাই বাগিচাই শ্ৰমিকৰ...