শণিবাৰে সদৌঅসম কৃষ্ণ সূৰ্য্য নাম সমাজৰ সৌজন্যত শিৱসাগৰ বৰ্ডিং খেলপথাৰত।আয়োজিত মহাপাল নাম।আৰু ভাওঁনা প্ৰদৰ্শন মাঙ্গলিক অনুষ্ঠানত অংশ গ্ৰহন।কৰে থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাঞে।সুদূৰ নলবাৰীৰ পৰা অহা মিলিজুলি ভোলানাথ।নাগাৰা নাম দলৰ নাম প্ৰসংগৰ শুভাৰম্ভ কৰে বিধায়ক সুশান্ত বৰগোহাঞে।এই।আধ্যাত্মিক অনুষ্ঠানত উপস্থিত থাকে স্থানীয় গণ্য মান্য লোক আৰু উদ্যোক্তা সকলৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্য্যকৰ্তা আৰু ভকত বৈষ্ণৱ সকল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આટકોટ સ્વામી નારાયણ મંદિર કાલે શરદપૂર્ણિમા ઉજવણી કરવામાં આવશે
આટકોટ સ્વામી નારાયણ મંદિર કાલે શરદપૂર્ણિમા ઉજવણી કરવામાં આવશે
JAMNAGAR : ઉંડ-1ની મુલાકાત લીધી કમિશ્નર વિજય કુમાર ખરાડીએ
https://youtu.be/3CBfY3D7884
28 से 7 अक्टूबर तक का मौसम,बंगाल की हुई खाड़ी सक्रिय, मूसलाधार बारिश से हो जाएं सावधान।।
28 से 7 अक्टूबर तक का मौसम,बंगाल की हुई खाड़ी सक्रिय, मूसलाधार बारिश से हो जाएं सावधान।।
Paris Olympics 2024: Manu Bhakar और Sarabjot Singh की बड़ी कामयाबी, भारत को मिला दूसरा मेडल
Paris Olympics 2024: Manu Bhakar और Sarabjot Singh की बड़ी कामयाबी, भारत को मिला दूसरा मेडल