মুখ্যমন্ত্ৰীৰ সমগ্র গ্ৰাম্য উন্নয়ন আঁচনিৰ জৰিয়তে অসম চৰকাৰৰ পশু পালন বিভাগৰ পৰিচালনাৰে বেজেৰা উন্নয়ন খণ্ডৰ অন্তর্গত ৭ খন গাঁও পঞ্চায়তৰ আত্মসহায়ক গোটৰ সদস্য সকলৰ দ্বিতীয়টো দল আজি বুধবাৰে উন্নত প্রশিক্ষণৰ বাবে চতিয়া সমষ্টিৰ কন্যাকা কৃষি পামলৈ পঠিওৱা হয়। মান্দাকাটা গাঁও পঞ্চায়তৰপৰা প্ৰেৰণ কৰা এই দলটোত ৫০ গৰাকী সদস্য প্ৰেৰণ কৰা হয় ৷ কন্যাকালৈ আজি প্ৰেৰণ কৰা ৫০ জনীয়া দলটোৰ যাত্ৰাৰ শুভাৰম্ভণী কৰে ভাৰতীয় জনতা পাৰ্টী কৃষক মৰ্চাৰ ৰাজ্যিক উপসভাপতি ৰঞ্জিত ভট্টাচাৰ্যই ৷ মুখ্যমন্ত্ৰীৰ সমগ্র গ্ৰাম্য উন্নয়ন আঁচনিৰ জৰিয়তে গৰু ,ছাগলী ,গাহৰি পালনৰ উন্নত প্রশিক্ষণ দিয়া হব। এই আঁচনিৰ শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকে বেজেৰা খণ্ড উন্নয়ন বিষয়া অপূৰ্ব বৰুৱা,মান্দাকাটা গাঁও পঞ্চায়তৰ সভাপতি জাহিদুল ইছলাম,আঞ্চলিক সদস্য বীৰেন্দ্ৰ বৈশ্য,ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ কৰ্মী অচ্যুত দাস,বাবুল ছেত্ৰী,আয়েজুল হক,প্ৰাক্তন ছাত্ৰনেতা বনজিৎ ডেকা,সমাজকৰ্মী ইন্তাজুল হক,আৰিফ আহমেদ প্ৰমুখ্যে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Vinesh Phogat ने Khel Ratna, Arjuna Award वापस किया, Rahul Gandhi ने क्या कहा?
Vinesh Phogat ने Khel Ratna, Arjuna Award वापस किया, Rahul Gandhi ने क्या कहा?
सुलेरजवळगे येथे भीम नगर मध्ये लाईट लावण्याच्या कारणावरून मारहाण
सुलेरजवळगे येथे भीम नगर मध्ये लाईट लावण्याच्या कारणावरून मारहाण अक्कलकोट...
ओम बिरला दूसरी बार बने लोकसभा अध्यक्ष,कार्यकर्ताओं ने मनाया जश्न
कोटा. कोटा बून्दी के सांसद ओम बिरला के लगातार दुसरी बार लोकसभा अध्यक्ष निर्वाचित होने पर कनवास...
Tamilnadu Rail Accident: कोच में कैसे लगी आग? 9 की मौत (BBC Hindi)
Tamilnadu Rail Accident: कोच में कैसे लगी आग? 9 की मौत (BBC Hindi)
5000mAh बैटरी और Snapdragon 7 Gen 1 चिपसेट के साथ लॉन्च होगा Samsung Galaxy M55 5G, ऐसी होंगी खूबियां
सैमसंग आज अपने ग्राहकों के लिए Samsung Galaxy M55 5G और Samsung Galaxy M15 5G लॉन्च करने जा रहा...