মাজুলীত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান।কমলাবাৰী মিলন সংঘত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত অংশগ্ৰহণ কৰে আছুৰ কেন্দ্ৰীয় উপদেষ্টা সমূজ্বল কুমাৰ ভট্টাচাৰ্যই।।মাজুলী সাংস্কৃতিক মহাবিদ্যালয়ৰ দুটা কৈ বিভাগ বন্ধ কৰি দিয়াকলৈ ক্ষোভ প্ৰকাশ। সোনকালে চৰকাৰে পুঁজি মোকোলাই বিভাগ কেইটা পুনৰ আৰম্ভ কৰিবলৈ আহ্বান। সমান্তৰালকৈ তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী মাধ্যমত পঢ়ুৱাবলৈ লোৱাটো মাতৃভাষা হত্যা কৰাৰ চেষ্টা বুলি কোৱাৰ লগতে ইয়াৰ বিৰুদ্ধে আন্দোলন কৰিব বুলি জনাই।।অহা ১৭ আগষ্টৰ পৰা সমগ্ৰ উত্তৰ পূৰ্বতে কা লগতে সীমা ছিল কৰাকে ধৰি বিভিন্ন দাবীৰে আন্দোলন ঘোষণা ।।পাকিস্তানৰ সীমান্তৰে সোমোৱা অবৈধ বিদেশীক গুলিয়াই মাৰে বাংলাদেশৰ সীমান্তৰ সোমোৱা সকললৈ কিয় ৰবৰ বুলেট বুলিও প্ৰশ্ন নেতা গৰাকীৰ। জেহাদিৰ বিৰুদ্ধে মন্ত্যৱ নহয় ডাইৰেক্ট এক্সন লবলৈ আহ্বান।।মাজুলী দলং সম্পৰ্কত মন্ত্যৱ আগবঢ়াই নেতা গৰাকীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પોરબંદરમા શિયાળાની કડકડતી ઠંડીમાં મધ દરિયે ધ્વજવંદન | SatyaNirbhay News Channel
પોરબંદરમા શિયાળાની કડકડતી ઠંડીમાં મધ દરિયે ધ્વજવંદન | SatyaNirbhay News Channel
Tata Punch CNG 7.10 लाख रुपये में लॉन्च, ट्विन सिलेंडर तकनीक और सनरूफ से है लैस
Tata Punch CNG में फीचर्स की बात करें तो वाहन निर्माता कंपनी ने एक इलेक्ट्रिक सनरूफ छह एयरबैग एक...
🔸পুত্ৰৰ চিকিৎসাৰ বাবে সকলো বিক্ৰী কৰিলে গোৰেশ্বৰ নাৰামাৰীৰ এটি পৰিয়ালে#News24update#Healthnews
🔸পুত্ৰৰ চিকিৎসাৰ বাবে সকলো বিক্ৰী কৰিলে গোৰেশ্বৰ নাৰামাৰীৰ এটি পৰিয়ালে#News24update#Healthnews
News
ঢকুৱাখনা বাসুদেৱ থান নৰোৱা সত্ৰত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন
ঢকুৱাখনা মহকুমা পশ্চিম প্ৰান্তত...
વલસાડ પટેલ સમાજ પ્રગતિ મંડળ દ્વારા 2 દિવસીય ગરબા મહોત્સવનું આયોજન કરાયું હતું
વલસાડ પટેલ સમાજ પ્રગતિ મંડળ દ્વારા 2 દિવસીય ગરબા મહોત્સવનું આયોજન કરાયું હતું