আজাদী কী অমৃত মহোৎসৱ আৰু স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ নিৰ্দেশত মংগলবাৰে বিয়লি মঙ্গলদৈ ৰ প্ৰাপ্তন বিধায়ক গুৰুজ্যোতি দাস ৰ নেতৃত্বত খাৰুপেটীয়া ত উলিওৱা হয় এক বাইক ৰেলী ৷ বাইকত জাতীয় পতাকা উৰুৱাই খাৰুপেটীয়া পৌৰ সভা কাৰ্যালয়ৰ পৰা নগৰ ৰ অলিয়ে গালিয়ে হৈ বাইক ৰেলীটো পৌৰ সভা কাৰ্যালয়ত সামৰণি মাৰে ৷ বাইক ৰেলীত অংশগ্ৰহণ কৰে পৌৰ সভা খণ্ড আয়ুক্ত লগতে BJP যুৱ মৰ্চা ৰ কার্যকর্তা ৷ জনসাধাৰণৰ মাজত স্বাধীনতা দিৱসৰ প্ৰতি আকৰ্ষিত কৰা আৰু হৰ ঘৰ কী ত্ৰিৰংগা কাৰ্যসুচী সফল কৰাৰ লগতে দেশৰ আজাদী কী অমৃত মহোৎসৱ পালন কৰা হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Delhi-Dehradun Expressway अगले महीने होगा शुरू! NHAI ने खुद दिया अपडेट
210 किलोमीटर लंबे Delhi-Dehradun Expressway का पहला फेज इस साल जून के अंत तक खुलने की उम्मीद है।...
સુપ્રસિદ્ધ યાત્રાધામ ડાકોર ખાતે મુસ્લિમ સમાજ ડાકોર નો 14મો સમૂહ લગ્ન કાર્યક્રમ યોજાયો.
સુપ્રસિદ્ધ યાત્રાધામ ડાકોર ખાતે મુસ્લિમ સમાજ ડાકોર નો 14મો સમૂહ લગ્ન કાર્યક્રમ યોજાયો.
ડીસામાં ગેસનો બાટલો લીકેજ થતાં આગ ભભૂકી ઉઠતાં લોકોમાં દોડધામ
ડીસામાં એક રહેણાંક મકાનમાં ગેસનો બાટલો લીકેજ થતાં આગ લાગી હોવાની ઘટના સામે આવી હતી. ઘટનાને પગલે...
बाल आयोग बोला- मदरसों की फंडिंग बंद करें:ये राइट-टु-एजुकेशन के नियम नहीं मानते
राष्ट्रीय बाल संरक्षण आयोग (NCPCR) ने सभी राज्यों को लेटर लिखकर कहा कि मदरसों को दिया जाने वाला...