আজাদী কী অমৃত মহোৎসৱ আৰু স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ নিৰ্দেশত মংগলবাৰে বিয়লি মঙ্গলদৈ ৰ প্ৰাপ্তন বিধায়ক গুৰুজ্যোতি দাস ৰ নেতৃত্বত খাৰুপেটীয়া ত উলিওৱা হয় এক বাইক ৰেলী ৷ বাইকত জাতীয় পতাকা উৰুৱাই খাৰুপেটীয়া পৌৰ সভা কাৰ্যালয়ৰ পৰা নগৰ ৰ অলিয়ে গালিয়ে হৈ বাইক ৰেলীটো পৌৰ সভা কাৰ্যালয়ত সামৰণি মাৰে ৷ বাইক ৰেলীত অংশগ্ৰহণ কৰে পৌৰ সভা খণ্ড আয়ুক্ত লগতে BJP যুৱ মৰ্চা ৰ কার্যকর্তা ৷ জনসাধাৰণৰ মাজত স্বাধীনতা দিৱসৰ প্ৰতি আকৰ্ষিত কৰা আৰু হৰ ঘৰ কী ত্ৰিৰংগা কাৰ্যসুচী সফল কৰাৰ লগতে দেশৰ আজাদী কী অমৃত মহোৎসৱ পালন কৰা হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ডবকাত প্ৰবঞ্চক গ্ৰেপ্তাৰ
ডবকা আৰক্ষীৰ অভিযানত এটা কুখ্যাত প্ৰৱঞ্চক গ্ৰেপ্তাৰ । ধৃত প্ৰৱঞ্চকটোৰ নাম ছিৰাজুল হক । ডবকা...
शहर में बदमाशों के हौसले बुलंद, घर में घुसकर देर रात बदमाशों ने की फायरिंग
शहर में बदमाशों के हौसले बुलंद घर में घुसकर देर रात बदमाशों ने की फायरिंग, आपसी रंजिश का बताया जा...
নগাঁও জিলাৰ চামগুৰিৰ এটা গুৰুত্বপূৰ্ণ পথৰ এতিয়া তথৈবচ অৱস্থা
নগাঁও জিলাৰ চামগুৰিৰ এটা গুৰুত্বপূৰ্ণ পথৰ এতিয়া তথৈবচ অৱস্থা
Analysis with Devanshi|Corornaના નિયમ છે કે માત્ર વાતો જ?|દેશમાં Love-Jehadની આટલી ચર્ચા કેમ?
Analysis with Devanshi|Corornaના નિયમ છે કે માત્ર વાતો જ?|દેશમાં Love-Jehadની આટલી ચર્ચા કેમ?
VHP Shobha Yatra Latest News: दंगे का ज़ख्म भरा नहीं...नूंह में फिर तनाव वही ! | Braj Mandal Yatra
VHP Shobha Yatra Latest News: दंगे का ज़ख्म भरा नहीं...नूंह में फिर तनाव वही ! | Braj Mandal Yatra