বৃহত্তৰ মানাহ সংৰক্ষণ আৰু পৰ্যটন উন্নয়ন সমাজৰ উদ্যোগত ১ ঘন্টীয়া অভিনৱ অৰ্ধ উলংগ আৰু মুণ্ডন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালকৰ বদলি কৰণৰ দাবীত ১ ঘন্টীয়া অভিনৱ অৰ্ধ উলঙ্গ আৰু মুণ্ডন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাছুল বৃদ্ধি হোৱাৰ বাবে প্ৰতিবাদত নামিল ১৪ টা কৈ দল-সংগঠন । ডাইৰেক্টৰ হাটাও মানাহ বাচাও, ডাইৰেক্টৰ হায় হায়, ডাইৰেক্টৰ লেই লেই চেই চেই, ডাইৰেক্টৰ গʼবেক আদি শ্লʼগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল সংগঠনে ।বুধবাৰৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ ধাৰাবাহিক ভাবে আন্দোলন অব্যাহত থাকিব বুলিও মন্তব্য কৰে প্ৰতিবাদী সংগঠনকেইটাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દેશ ની 10 મોટી ખબર II TOP 10 NEWS II
દેશ ની 10 મોટી ખબર II TOP 10 NEWS II
Israel Hamas War के बीच American Universities में Protest तेज़, क्या-क्या हुआ? (BBC Hindi)
Israel Hamas War के बीच American Universities में Protest तेज़, क्या-क्या हुआ? (BBC Hindi)
દાહોદ -લીમડી આંતરરાષ્ટ્રીય કલાકારો દ્વારા 23 ફેબ્રુઆરી ભવ્ય ભજન સંગીત સંધ્યા નું આયોજન
ઝાલોદ તાલુકાના લીમડી ખાતે આંતરરાષ્ટ્રીય કલાકારો દ્વારા ૨૩મી ફેબ્રુઆરીએ ભવ્ય ભજન સંગીત સંધ્યાનું...
दक्ष प्रशिक्षक विद्यालयों के शिक्षकों को ब्लॉक स्तर पर देंगे प्रशिक्षण
शैक्षिक सर्वेक्षण हेतु दक्ष प्रशिक्षकों का प्रशिक्षण हुआ संपन्नदक्ष प्रशिक्षक विद्यालयों के...
सेवा पंधरवाडात प्रलंबित अर्ज निकाली काढा! जिल्हाधिकारी शर्मा यांचे आवाहन@india report
सेवा पंधरवाडात प्रलंबित अर्ज निकाली काढा! जिल्हाधिकारी राधा बिनोद शर्मा यांचे आवाहन@india report