বৃহত্তৰ মানাহ সংৰক্ষণ আৰু পৰ্যটন উন্নয়ন সমাজৰ উদ্যোগত ১ ঘন্টীয়া অভিনৱ অৰ্ধ উলংগ আৰু মুণ্ডন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালকৰ বদলি কৰণৰ দাবীত ১ ঘন্টীয়া অভিনৱ অৰ্ধ উলঙ্গ আৰু মুণ্ডন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাছুল বৃদ্ধি হোৱাৰ বাবে প্ৰতিবাদত নামিল ১৪ টা কৈ দল-সংগঠন । ডাইৰেক্টৰ হাটাও মানাহ বাচাও, ডাইৰেক্টৰ হায় হায়, ডাইৰেক্টৰ লেই লেই চেই চেই, ডাইৰেক্টৰ গʼবেক আদি শ্লʼগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল সংগঠনে ।বুধবাৰৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ ধাৰাবাহিক ভাবে আন্দোলন অব্যাহত থাকিব বুলিও মন্তব্য কৰে প্ৰতিবাদী সংগঠনকেইটাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
A Story About Struggling Every Day | Daily Use Grass Carpet
A Story About Struggling Every Day | Daily Use Grass Carpet
આજરોજવિજપડી મા રાષ્ટ્રીય સ્વય સેવક સંઘ.હિન્દુ યુવા ગ્રુપ દ્વારા નગરપથ સંચાલનનું
CITY CRIME NEWS આજરોજવિજપડી મા રાષ્ટ્રીય સ્વય સેવક સંઘ.હિન્દુ યુવા ગ્રુપ દ્વારા નગરપથ સંચાલનનું
তিনিচুকীয়াত কৰ ফাকিৰে চলিছে কাপোৰৰ এখন বৃহৎ ক’লা বজাৰ
তিনিচুকীয়াত কৰ ফাকিৰে চলি আছে কাপোৰৰ এখন বৃহৎ ক’লা বজাৰ, তাকে লৈ এতিয়া সৰৱ হৈ পৰিছে মটক...
દિવ્યાંગ દંપતિની દિવ્યતા
દિવ્યાંગ દંપતીની દિવ્યતા
કહેવાય છે કે, અડગ મનના માનવીને હિમાલય પણ નડતો નથી-ને...
पोकरण विधायक प्रतापपुरी जी ने संस्कृत भाषा में शपथ ग्रहण की
पोकरण विधायक प्रतापपुरी जी ने संस्कृत भाषा में शपथ ग्रहण की