সোণাৰিত ভূমি পূজাৰ অনুষ্ঠানত উপস্থিত থাকে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ , পৌৰপতি তিলক চন্দ্ৰ নেওগ , জিলা মিডিয়া কোষৰ আহ্বায়ক বিজয় গগৈ , উপৌৰপতি স্বাক্ষৰ জ‍্যোতি গগৈ  লগতে বিজেপিৰ বিষয় ববিয়া সকল উপস্থিত থাকে ।