অৱশেষত সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দীপুৰঞ্জন মাৰ্ক্ৰাৰীৰ নাটকীয় পদত্যাগ । আস্থাভোটত পৰাজয় দীপুৰঞ্জন মাৰ্ক্ৰাৰীৰ। বিগত বৰ্ষ ৪ ডিচেম্বৰতে পৰিষদত সংঘটিত ব্যাপক খেলিমেলি, দুৰ্নীতি, বিত্তীয় অনিয়মৰ সন্দৰ্ভত অনাস্থা আনিছিল পৰিষদৰ ২৪ জন সদস্যই। । প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অতি ঘনিষ্ঠ সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দীপুৰঞ্জন মাক্ৰাৰীৰ বিৰুদ্ধে ২০২১ বৰ্ষৰ ৪ ডিচেম্বৰত অনাস্থা অনাৰ পাছতে মাক্ৰাৰীয়ে আদালতৰ কাষ চাপিছিল। ইয়াৰ পাছতে অৱশ্যে আদালতে মাক্ৰাৰীৰ সকলো ক্ষমতা কৰ্তন কৰি বিগত প্ৰায় এটা বছৰে প্ৰায় অচল হৈ পৰিছিল পৰিষদৰ কাম-কাজ। পৰিষদত ব্যাপক খেলিমেলি, বিভিন্ন অনিয়ম, স্বেচ্ছাচাৰিতাৰ অভিযোগত মুখ্য কাৰ্যবাহী দীপুৰঞ্জন মাক্ৰাৰীৰ বিৰুদ্ধে অনাস্থা অনাৰ প্ৰায় এটা বৰ্ষৰ পাছত আজি মাক্ৰাৰীয়ে নিজৰ পদত্যাগ পত্ৰ প্ৰদান কৰে। অৱশ্যে তেওঁৰ পদত্যাগ পত্ৰ গৃহীত নহ'ল।নিজৰ গাড়ী চালকৰ হাতত বগা কাগজত লিখি নিজৰ চহী নমৰাকৈয়ে প্ৰেৰণ কৰিছিল পদত্যাগ পত্ৰ । উল্লেখযোগ্য যে,উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি আজি দ্বীপুৰঞ্জন মাক্ৰাৰীৰ বিৰূদ্ধে আছিল আস্থা ভোট।আস্থা ভোটত মাক্ৰাৰীৰ বিৰুদ্ধে ২৪ জনে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। যাৰফলত, অনায়াসে পৰাজয়বৰন কৰে সুৰ্দীঘ বছৰ ধৰি সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দায়িত্বত থকাৰ দীপুৰঞ্জন মাৰ্ক্ৰাৰীয়ে।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  যোৰহাটস্থিত কাজিৰঙা বিশ্ববিদ্যালয়ৰ নৱম সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 
 
                      যোৰহাটস্থিত কাজিৰঙা বিশ্ববিদ্যালয়ৰ নৱম সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ|
                  
   Breaking રાજકોટ : ઉપલેટા માં ગંભીર અકસ્માત સર્જાતા એક નું કરૂણ મૃત્યુ નિપજ્યું...|| GTV_GUJARAT_NEWS 
 
                      Breaking રાજકોટ : ઉપલેટા માં ગંભીર અકસ્માત સર્જાતા એક નું કરૂણ મૃત્યુ નિપજ્યું...|| GTV_GUJARAT_NEWS
                  
   Oppo Reno 12 5G: 5000mAh बैटरी और कई दमदार फीचर्स के साथ आएगा ओप्पो का ये फोन 
 
                      जानी मानी स्मार्टफोन कंपनी Oppo अपने कस्टमर्स के लिए नए फोन लाने की तैयारी कर रही है। हम oppo...
                  
   भंडाऱ्याच्या ३५ वर्षीय महिलेवर सामूहिक अत्याचार करणाऱ्या नराधमांना कडक शिक्षा करून पीडितेला न्याय द्या
शिवसेना आमदार डॉ. मनीषा कायंदे यांची  मागणी शिवसेनेकडून त्रीसदस्यिय शिष्टमंडळ पीडितेच्या भेटीला 
 
                      नागपूर : भंडारा जिल्ह्यात असाहाय महिलेवर मदतीच्या बहाण्याने तिघांनी सामुहिक अत्याचार करून...
                  
   ગુજરાતના 52 તાલુકામાં ભારેથી અતિભારે વરસાદ, આગામી દિવસોમાં પણ ભારે વરસાદની આગાહી  
 
                      ગુજરાતમાં છેલ્લા બે ત્રણ દિવસથી સવારે તડકો નીકળે છે અને સાંજે પડતાની સાથે જ ગાજવીજ અને ભારે પવન...
                  
   
  
  
   
  