নলবাৰী জিলাৰ চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন আজি সমাপ্ত হয়৷উক্ত নিৰ্বাচনত আতাইকেইটা পদতে সদৌ অসম ছাত্ৰ সন্থাৰ মনোনিত প্ৰাৰ্থী জয় লাভ কৰে৷উল্লেখ্য যে বিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ মুঠ ১১টা পদৰ গোতেই কেইটা পদে আছুই দখল কৰাত আছু কৰ্মী সকলৰ মাজত আনন্দ উল্লাস দেখা যায়৷জানিব পৰামতে মুঠ ১১ টা পদৰ ১০টা পদত বিনা প্ৰতিদণ্ডিতাৰে আছুৰ প্ৰাথীয়ে জয় লাভ কৰিছিল৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
रक्षाबंधन । सुप्रियाताईंनी अजितदादांना बांधली राखी
रक्षाबंधन । सुप्रियाताईंनी अजितदादांना बांधली राखी
राजस्थान भाजपा-कांग्रेस के इन नेताओं को बड़ी जिम्मेदारी, हरियाणा-J&K में दिखाएंगे दमखम
हरियाणा और जम्मू-कश्मीर में हो रहे विधानसभा चुनाव में भाजपा और कांग्रेस के नेता भी दमखम दिखाएंगे।...
થરાદ : વિપક્ષ દ્રારા પાલિકા પ્રમુખને બદનામ કરવાનો કારસો | SatyaNirbhay News Channel
થરાદ : વિપક્ષ દ્રારા પાલિકા પ્રમુખને બદનામ કરવાનો કારસો | SatyaNirbhay News Channel