ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে আজি সোণাৰিত ভূমি পূজন অনুষ্ঠান সম্পন্ন কৰা হয়। সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত অনুষ্ঠিত হয় ভূমি পূজন কাৰ্যসূচী। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ চৰাইদেউ জিলা সমিতিৰ মুখ্য কাৰ্যালয় স্থাপন কৰাৰ উদ্দেশ্যে এই ভূমি পূজন অনুষ্ঠান সম্পন্ন হয়। সোণাৰিৰ ১৬ নং ৱাৰ্ডৰ সূৰুজ নগৰত অনুষ্ঠিত ভূমি পূজন অনুষ্ঠানত দলীয় কৰ্মীসকলো উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસા નગરપાલિકામાં પ્રધાનમંત્રી આવાસ યોજના માટે મકાનનો ડ્રો યોજાયો
ડીસા નગરપાલિકામાં પ્રધાનમંત્રી આવાસ યોજના માટે મકાનનો ડ્રો યોજાયો
एक महीने में 6 से 7 किलो वजन आसानी से बढ़ेगा / How to Gain Weight Fast
एक महीने में 6 से 7 किलो वजन आसानी से बढ़ेगा / How to Gain Weight Fast
गंदा पानी डालने से मना करने पर कुल्हाड़ी से किया हमला तीन घायल
पन्ना।
गंदा पानी डालने से मना करने पर पति-पत्नी और देवर पर कुल्हाड़ी व लाठी-डंडों से किया हमला।...
છત્રાલ- કલોલ હાઇવે પર અકસ્માતમાં એકનું મોત, એક ઘાયલ
છત્રાલ કલોલ હાઇવે અકસ્માતનું હબ બની ગયું હોય તેમ અકસ્માતોની સંખ્યા દિન પ્રતિદિન વધી રહી છે....