ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে আজি সোণাৰিত ভূমি পূজন অনুষ্ঠান সম্পন্ন কৰা হয়। সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত অনুষ্ঠিত হয় ভূমি পূজন কাৰ্যসূচী। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ চৰাইদেউ জিলা সমিতিৰ মুখ্য কাৰ্যালয় স্থাপন কৰাৰ উদ্দেশ্যে এই ভূমি পূজন অনুষ্ঠান সম্পন্ন হয়। সোণাৰিৰ ১৬ নং ৱাৰ্ডৰ সূৰুজ নগৰত অনুষ্ঠিত ভূমি পূজন অনুষ্ঠানত দলীয় কৰ্মীসকলো উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Banaskantha: નરસિંહભાઈ રબારીની બનાસકાંઠા જિલ્લા કોંગ્રેસ સમિતિના કાર્યકારી પ્રમુખ તરીકે વરણી| Dpnews
Banaskantha: નરસિંહભાઈ રબારીની બનાસકાંઠા જિલ્લા કોંગ્રેસ સમિતિના કાર્યકારી પ્રમુખ તરીકે વરણી| Dpnews
सोनारी ग्रामपंचायत के वार्ड5में प्रधानमंत्री आवास योजना आवास में निर्माणकार्य में व्यापक भ्रष्टाचार
सोनारी ग्रामपंचायत के वार्ड5में प्रधानमंत्री आवास योजना आवास में निर्माणकार्य में व्यापक भ्रष्टाचार
মাজুলীত নিশা নিশা অচিনাক্ত লোকৰ প্ৰবেশ : প্ৰতিক্ৰিয়া চক্ৰ বিষয়াৰ
মাজুলীত নিশা নিশা অচিনাক্ত লোকৰ প্ৰবেশ ৷ অচিনাকি লোক গাঁওবাসীয়ে পত্যক্ষ কৰিলেও আইন যাতে হাঁতত...