সমাগত লোকসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই ৰাজ্যত আৰম্ভ হৈছে নিৰ্বাচনী কুচ-কাৱাজ ৷বৃহস্পতিবাৰে দৰং জিলাৰ খাৰুপেটীয়াত দলগাওঁ বিধান সভা সমষ্টি ভিত্তিত কংগ্ৰেছ দলে আয়োজন কৰে এক বিশাল গণসমাবেশৰ ৷ য'ত অংশগ্ৰহণ কৰে কংগ্ৰেছ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৃথিৰাজ ছাথে, অসম ৰাজ্যিক সমিতিৰ সভাপতি ভূপেন বৰা, বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইন, দেবব্ৰত শইকায়া, কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈ, বৰপেটাৰ সাংসদ আব্দুল খালেক, বিধায়ক জাকিৰ হুছেইন শিকদাৰ, বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰা আৰু কংগ্ৰেছ নেত্ৰী মিৰা শৰ্মা বৰঠাকুৰ গোস্বামী ৷ সভাত বিজেপি আৰু এ,আই,ইউ, ডি, এফক খুৰধাৰ সমালোচনা কৰে ভূপেন বৰাৰ লগতে কংগ্ৰেছৰ নেতা সকলে। আনহাতে এ,আই,ইউ, ডি, এফৰ লগত মিত্ৰতা কৰাটো কংগ্ৰেছৰ ঐতিহাসিক ভুল আছিল বুলি কয় বৰাই। অসমত কংগ্ৰেছ চৰকাৰ আহিলে মহিলা সকলে ন-লখিমীৰ জৰিয়তে মাহিলী পাব ২৫০০ কৈ টকা
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Highway Driving Tips: हाईवे पर न हों किसी बड़े हादसे का शिकार, कार ड्राइव करते हुए इन बातों का रखें ध्यान
कार ड्राइव करते समय आपको कई बातों का खास ख्याल रखना चाहिए, वरना आप हादसे के शिकार भी हो सकते हैं।...
ડીસાના વેળાવાપુરા નજીક નીલગાય આડે આવતાં છોટાહાથી પલ્ટતાં 2 યુવકોના મોત : 3 યુવકો ઘાયલ
ડીસા તાલુકાના વેળાવાપુરા નજીક સોમવારે સાંજે નીલગાય આડે આવતાં છોટાહાથી વાહન પલટી ગયું હતુ. જેમાં...
চিচিবৰগাও মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ নৱাগত আদৰণি সভা
চিচিবৰগাও মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ নৱাগত আদৰণি সভা
চিচিবৰগাও মহাবিদ্যালয়ৰ ৰাজনীতি...
સુરત: હજીરા પોર્ટ પર બોટ ડૂબી, 10 લોકો ડૂબ્યા, જમાંથી 8 લોકોનો આબાદ બચાવ | TV9GujaratiNews
સુરત: હજીરા પોર્ટ પર બોટ ડૂબી, 10 લોકો ડૂબ્યા, જમાંથી 8 લોકોનો આબાદ બચાવ | TV9GujaratiNews