চৰাইদেউ জিলাৰ সোণাৰীত বৃহস্পতি বাৰে হ'ব লগাঅৰুনোদয় আচনিৰ নতুন হিতাধিকাৰী সকলৰ স্বীকৃতি পত্ৰ প্ৰদানৰ অনুষ্ঠান বাতিল হোৱাৰ সম্পৰ্কত মৰাণহাটত প্ৰতিক্ৰিয়া।ব্যক্ত।কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে।ধুমুহাৰ বাবে সভাগৃহ বিধ্বস্ত।হোৱাৰ বাবেই বাতিল হয় অনুষ্ঠানৰ কাৰ্য্যসূচী।পুনৰ কাইলৈ একে স্থানতে অৰুনোদয় আঁচনিৰ স্বীকৃতি পত্ৰ প্ৰদানৰ উপৰিও ছাত্ৰ -ছাত্ৰীৰ মাজত চাইকেল বিতৰণৰ কাৰ্য্যসূচীও অনুষ্ঠিত হ'ব বুলি সদৰি কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
लखनऊ: श्री राम जानकी मंदिर में भगवान श्री राम, लक्ष्मण और माता सीता की मूर्तियों की हुई स्थापना
लखनऊ। जनपद हरदोई के अतरौली थाना क्षेत्र अंतर्गत ग्राम टांडि मजरा कुरौध में रामचंद्र जी ठाकुर जी...
જિલ્લામાં અલગ અલગ ગામોમાં આપ દ્વારા જનસંવાદ કાર્યક્રમ અંતર્ગત લોકો આપ માં જોડાયા
જિલ્લામાં અલગ અલગ ગામોમાં આપ દ્વારા જનસંવાદ કાર્યક્રમ અંતર્ગત લોકો આપ માં જોડાયા
7th Phase Voting : सुबह-सुबह वोट देने पहुंचे सीएम योगी | Gorakhpur | CM Yogi | BJP Vs Congress
7th Phase Voting : सुबह-सुबह वोट देने पहुंचे सीएम योगी | Gorakhpur | CM Yogi | BJP Vs Congress
লাংকুৰী দৌলৰ মাটি খনন কাৰ্যত ক্ষোভ প্ৰকাশ আটাছু চৰাইদেউ মহকুমা সমিতিৰ
পুনৰ আহোমৰ ঐতিহ্যত কুঠাৰঘাত। আহোম ৰাজত্বকালৰ গৌৰৱময় ঐতিহ্যত দুষ্কৃতিকাৰীৰ হাতোৰা। ঐতিহাসিক...