হাটশিঙিমাৰী-কালিৰ আলগা ভাৰত বাংলা সিমান্ত পৰিদৰ্শন মানাকচৰৰ বিধায়ক আমিনুল ইছলামৰ।

ব্ৰহ্মপুত্ৰৰ গৰাখহনিয়াৰ ভাবুকিত মানকাচৰ সমষ্টিৰ ভাৰত বাংলা সীমান্ত।দক্ষিণ শালমাৰা মানাকাচৰ জিলাৰ ভাৰত বাংলা সীমান্তবৰ্তী সুখচৰ,মালিৰ আলগা,বাংৰীৰচৰ,কালীৰ আলগা আদি গাওঁ পঞ্চায়ত ।ইতিমধ্যে মানকাচৰ সমষ্টিৰ কেইবাটাও গাওঁ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰিছে।শ শ লোকৰ ঘৰ বাৰি ব্ৰহ্মপুত্ৰৰ বুকুত বিলিন হৈছে।কিন্ত এতিয়া ব্ৰহ্মপুত্ৰই ভাবুকি কৰিয়াই আনিছে ভাৰত বাংলা সীমান্তবৰ্তী কোকৰাডাঙা বান্ধ ৰোড।