বুধবাৰে সন্ধিয়া ধেমাজি জিলাৰ জোনাইৰ বৈকুণ্ঠপুৰত সোপাধৰাৰ সন্দেহ ত একাংশ উন্মত্ত জনতাই নিৰ্মম বাবে প্ৰহাৰ কৰাত নিহত হয় গোগামুখ চেতিয়া গাওঁ ৰ গোলাপ বৰুৱা নামৰ লোক জন । ঘটনা সক্ৰান্তত আজি চিলাপথাৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ ধেমাজি জিলা প্ৰশাসনক দাবী জনায় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ৰুদ্ৰ ভূঞাই।
জোনাইত সোপাধৰা সন্দেহত গণহত্যাৰ বলি গোলাপ বৰুৱা, প্ৰতিক্ৰিয়া প্ৰকাশ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ৰুদ্ৰ ভূঞাৰ
![](https://i.ytimg.com/vi/Q1dCDQgEVUs/hqdefault.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)