আজি আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপলক্ষ্যে মাজুলী জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত তথা মহিলা সৱলীকৰণ গোটৰ সহযোগত পীতাম্বৰদেৱ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত এখনি সজাগতা সভা অনুষ্ঠিত হয় ।সজাগতা সভাখনিত মাজুলী জিলাৰ সহকাৰী আয়ুক্ত তথা বিদ্যালয়সমুহৰ পৰিৰ্দশক সংগীতা বৰুৱা, জিলা সমাজ কল্যাণ বিষয়া উত্তম অধিকাৰী, স্বাস্থ্য বিভাগৰ চিকিৎসক তথা বিষয়া , মহিলা আৰু শিশু বিকাশ বিভাগৰ বিষয়া কৰ্মচাৰী , পীতাম্বৰদেৱ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। জিলা মহিলা সৱলীকৰন গোটৰ জিলা কাৰ্যক্ৰম সমন্বয়ক পল্লৱী মৰাণে আঁতধৰা অনুষ্ঠানটোত এখনি প্ৰদৰ্শনীৰ ব্যৱস্থা কৰাৰ লগতে বিদ্যালয়খনৰ ছাত্ৰীসকলক স্বাস্থ্য বিভাগৰ দ্বাৰা "T3 " পৰীক্ষা কৰা হয়। আজিৰ অনুষ্ঠানটোতে "বেটী বচাও বেটী পঢ়াও" ৰ ওপৰত এক হস্তাক্ষৰ অভিযানো আৰম্ভ কৰাৰ লগতে ছাত্ৰীসকলৰ মাজত "চেনিটেৰি পেড" বিতৰণ কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Rahul Gandhi Lok Sabha Speech: लोकसभा में राहुल बोले- RSS ने मनुस्मृति को संविधान से बेहतर बताया था
Rahul Gandhi Lok Sabha Speech: लोकसभा में राहुल बोले- RSS ने मनुस्मृति को संविधान से बेहतर बताया था
MP: सरकारी स्कूल में टीचरों ने की दारू-मुर्गा पार्टी, अय्याशी के लिए समय से पहले कर दी बच्चों की छुट्टी
MP: सरकारी स्कूल में टीचरों ने की दारू-मुर्गा पार्टी, अय्याशी के लिए समय से पहले कर दी बच्चों की...
વઢવાણ ખાતે ’તાલુકા સ્વાગત કાર્યક્રમ’ યોજાયો
રાજ્યમાં સ્વાગત કાર્યક્રમને 20 વર્ષ પૂર્ણ થતા સ્વાગત સપ્તાહ કાર્યક્રમની ઉજવણી કરવામાં આવી રહી છે....