যোৱা ৮ অক্টোবৰত গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সাংস্কৃতিক মহাসভা, অসমে অনুষ্ঠিত কৰা এক বৰ্ণাঢ্য অনুষ্ঠানত অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াৰ পৰা সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে সত্ৰনগৰী মাজুলী ফুলনি চাৰিআলিৰ বাসিন্দা, শ্ৰীৰাম বনমালীদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, অভিনেতা, নাট্যকাৰ শংকৰী সংস্কৃতিৰ সাধক দীনাৰাম বৰালৈ জীৱন জোৰা সাধনা বঁটা প্ৰদান কৰা হয় । শৈশৱৰে পৰা জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে ফুলনি অঞ্চলত ৰাস, ভাওঁনা, অভিনয়ৰ লগত জড়িত হৈ মাজুলীৰ সাংস্কৃতিক জগতখনত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে পৰৱৰ্তী সময়ত তেখেতে শংকৰী কলা কৃষ্টি চৰ্চা কৰি কীৰ্ত্তন, ভাগৱত, বৰগীত, দিহানাম আদিত পাৰ্গত হৈ পৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાષ્ટ્રીય એકતા દોડમાં પોલીસ કમિશનર સહિતના પદાધિકારીઓ-અધિકારીઓ જોડાયા હતા
સરદાર વલ્લભભાઈ પટેલની જન્મજયંતિના અવસરે રાષ્ટ્રિય એકતા દિવસને મજબુત કરવા માટે "રાષ્ટ્રિય એકતા રન...
બોટાદ પોલિસ સ્ટેશન ખાતે શાંતિ સમિતિની બેઠક, વિવિધ સમાજના અગ્રણીઓ રહ્યાં ઉપસ્થિત....
બોટાદ પોલિસ સ્ટેશન ખાતે શાંતિ સમિતિની બેઠક, વિવિધ સમાજના અગ્રણીઓ રહ્યાં ઉપસ્થિત....
তিনিচুকীয়াৰ পেঙেৰীৰ টেকেৰীত মাৰাত্মক নিচাযুক্ত ড্ৰাগছৰ বেজি লৈ কৰুণ মৃত্যু এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰৰ ।
তিনিচুকীয়াৰ পেঙেৰীত ভয়ংকৰ ঘটনা ।
পেঙেৰীৰ টেকেৰীত মাৰাত্মক নিচাযুক্ত ড্ৰাগছৰ বেজি লৈ কৰুণ মৃত্যু...
છોટા ઉદેપુર બેઠક માટે ભાજપના ઉમેદવાર રાજેન્દ્રસિંહ રાઠવાએ ઉમેદવારી નોંધાવી
છોટાઉદેપુર 137 વિધાનસભા બેઠકમાં કોંગ્રેસ સાથે છેડો ફાડી ધારાસભ્ય મોહનસિંહ રાઠવા પુત્રો સહિત...
ભાણવડ પંથકમાંથી જામગરી બંદૂક સાથે શખ્સ ઝડપાયો
દેવભૂમિ દ્વારકા જિલ્લા એસ.ઓ.જી.પોલીસ મંગળવારે દ્વારા ભાણવડ પંથકમાં હાથ ધરવામાં આવેલા પેટ્રોલિંગ...