চিকিমত জল প্ৰলয়ত মৰাণৰ তিনিজন লোক আবদ্ধ হৈ থকা খৱৰ পোহৰলৈ আহিছে । এই কথা সদৰি কৰিছে পৰিয়ালৰ লোকে । চৰাইদেউ জিলাৰ হিংৰিজান চাহ বাগিচাৰ শুভম আগৰৱালা, চুকাফা নগৰৰ নিৰজ শৰ্মা, মৰাণ নগৰৰ পৰ্থম আগৰৱালা । তিনি ব্যৱসায়ীৰ পুত্ৰই যোৱা ১ অক্টোবৰত চিকিমলৈ ফুৰিবলৈ বুলি ওলাই গৈছিল । ইয়াৰ পিছতে ৩ অক্টোবৰলৈকে যোগাযোগ ৰাখিছিল পৰিয়ালৰ সৈতে । বানৰ বিভীষিকাৰ মাজতে পিছত ৬ অক্টোবৰত সেনা ৰেজিমেন্টৰ শিৱিৰৰ পৰা পৰিয়ালক ফোন কৰিছিল যুৱককেইজনে । ইয়াৰ পিছত কোনো যোগাযোগ নাই যুৱককেইজনৰ । হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে যুৱককেইজনৰ পৰিয়ালকেইটাত । ইফালে শুভম আগৰৱালাৰ ভাতৃ বিতু আগৰৱালাই আৱদ্ধ হৈ থকা যুৱকজনক উদ্ধাৰৰ বাবে সহায় বিচাৰি মূখ্যমন্ত্ৰীলৈ টুইট কৰিছে । অসম চৰকাৰক যুৱককেইজনক উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Amol Kolhe यांची मोहीम येताच गावकऱ्यांनी काढली घोड्यावरुन मिरवणूक | Amol Kolhe Movies |
Amol Kolhe यांची मोहीम येताच गावकऱ्यांनी काढली घोड्यावरुन मिरवणूक | Amol Kolhe Movies |
2024 Elections: Pune से BJP ने पूर्व मेयर मुरलीधर मोहोल को उतारा, टिकट मिलने के बाद क्या बोले?
2024 Elections: Pune से BJP ने पूर्व मेयर मुरलीधर मोहोल को उतारा, टिकट मिलने के बाद क्या बोले?
beed:-शिवसंग्राम भवन येथे छत्रपती शाहू महाराज यांना स्मृतिदिनी अभिवादन@news23marathi
beed:-शिवसंग्राम भवन येथे छत्रपती शाहू महाराज यांना स्मृतिदिनी अभिवादन@news23marathi
...
তিতাবৰত হাতীৰ উপদ্ৰপৰ বাবেই ৰাইজে এৰিছে খেতি! চন পৰি ৰৈছে শ শ বিঘা খেতি পথাৰ
তিতাবৰত হাতীৰ উপদ্ৰপৰ বাবেই ৰাইজে এৰি খেতি ! চন পৰি ৰৈছে শ শ বিঘা খেতি পথাৰ ।।